• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধোঁৱাচাঙত নাৰী সুৰক্ষা: দুই কিশোৰী ভগ্নীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ; দুই অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2022 6:42 am
Minor Sisters Kidnapped gang-raped
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ মহিলাৰ সুৰক্ষাৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে দেশত। দেশৰ বিভিন্ন প্ৰান্তত দৈনন্দিন নাৰীৰ বিৰুদ্ধে হোৱা বৰ্দ্ধিত অপৰাধ তথা ধৰ্ষণকাণ্ডই চৰম ভাবুকি কঢ়িয়াই আনিছে নাৰী সমাজৰ প্ৰতি, প্ৰতিনিয়ত এক অসুৰক্ষিত পৰিৱেশৰ মাজত ভীতিগ্ৰস্ত হৈ দিব কটাবলগীয়া হৈছে দেশৰ মহিলা সকল।

নাৰী সুৰক্ষাৰ এনে ফোঁপোলা পৰিৱেশ পুনৰবাৰ উন্মোচিত কৰিছে মধ্য প্ৰদেশৰ এক দলবদ্ধ ধৰ্ষণ কাণ্ডই। ৰাজ্যখনৰ গুনা জিলাত দুগৰাকী নাবালিকা ভগ্নীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ১০ নৱেম্বৰৰ মাজনিশা এই ঘৃণনীয় কাণ্ড সংঘটিত হৈছিল। অভিযোগ অনুসৰি, ১০ নৱেম্বৰৰ মাজনিশা দুয়ো ভগ্নীয়ে প্ৰস্ৰাৱ কৰাৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়তে অভিযুক্ত দুৰ্বৃত্ত কেইবাগৰাকীয়ে অপহৰণ কৰে।

চাৰিও দুৰ্বৃত্তই অচেতন হোৱা ঔষধ সনা বস্ত্ৰৰে কিশোৰী দুগৰাকীৰ মুখত হেঁচা দি অচেতন কৰে আৰু নিৰ্জন ঠাইলৈ লৈ যায়। তাৰ পিছতে চাৰিও দুৰ্বৃত্তই উপুৰ্যুপৰি দুই ভগ্নীক ধৰ্ষণ কৰে বুলি তেওঁলোকে অভিযোগ কৰিছে।

তদুপৰি এই সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰিলে পৰিয়ালৰ সদস্যক হত্যা কৰাৰ ভাবুকিও দিয়াৰ অভিযোগ উঠিছে বুলিও এগৰাকী আৰক্ষী বিষয়াই কয়।

ক্ৰমে ১৭ আৰু ১৩ বৰ্ষীয় দুয়ো ভগ্নীয়ে এই সকীয়নিৰ পাছতো আৰক্ষীৰ কাষ চাপে। কিশোৰী দুগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৩৭৬ ধাৰা আৰু অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰে।

ইতিমধ্যে আৰক্ষীয়ে এই অপৰাধৰ বাবে দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে আন দুগৰাকী পলাতক অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত আছে বুলিও তেওঁ কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd