DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপেছাদাৰী নাট্যগোষ্ঠী মুখাই গুৱাহাটীত অনুষ্ঠিত কৰিব বিষ্ণু-জ্যোতি নাট সমাৰোহ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2018 11:34 am
151
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ অপেছাদাৰী নাট্যগোষ্ঠী মুখাই জানুৱাৰিৰ ২৩ তাৰিখৰ পৰা গুৱাহাটীত বিষ্ণু-জ্যোতি নাট সমাৰোহৰ আয়োজন কৰিছে।

চতুৰ্থবাৰৰ বাবে আয়োজন কৰা এই সমাৰোহ অনুষ্ঠিত হ’ব গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। নাট সমাৰোহখন চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব।

আৰম্ভণিৰ দিনা সমাৰোহখন উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মহন্তই।

উদ্বোধনৰ পিছতেই ‘বাহ গুৱাহাটী’ গোষ্ঠীৰ শিল্পীসকলে ‘পদ্মপ্ৰিয়া’ নাটখন মঞ্চস্থ কৰিব। সেইদিনাখনেই ‘জীৱন অনামিকা’ নামৰ আন এখন নাট মঞ্চস্থ কৰিব ‘কথা দুলীয়াজান’ৰ শিল্পীসকলে।

নাট্যপ্ৰেমীসকলে সমাৰোহত ৰাজ্যখনৰ বিভিন্ন নাট্যগোষ্ঠীৰ আন নাটকসমূহো উপভোগ কৰিব পাৰিব।

২৪ জানুৱাৰিত পাঠশালা নাটমণ্ডলে মঞ্চস্থ কৰিব ‘সেনাপতি আৰু সৈনিক’ নাটখন। সেইদিনাখনেই সৰুপেটাৰ মঞ্চই প্ৰদৰ্শন কৰিব ‘তক্ষশীলা’ নামৰ নাটখন।

২৫ জানুৱাৰিত সমাৰোহৰ তৃতীয় দিনা মঞ্চস্থ হ’বলগীয়া নাট দুখন হৈছে ‘অনুশীলন’ আৰু ‘উইংছ’।

সমাৰোহৰ সামৰণিৰ দিনা মুখাই মঞ্চস্থ কৰিব ‘ভোগজৰা’ নামৰ নাটখন। নাট প্ৰদৰ্শনীসমূহ প্ৰতিদিনে সন্ধিয়া ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

 

Recent News

স্বাধীনতা দিৱসৰ কবিতা

স্বাধীনতা দিৱসৰ কবিতা

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

High Blood Pressure

High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd