DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনত সাহিত্য অনুৰাগী, গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 1, 2018 7:58 pm
Lorinjyoti gogoi AASU General Secretary and other dignitaries person during sahid Tarpan program at bardumsha in tinsukia District on 01-02-2018. Pix BY UB Photos
196
VIEWS
Share on FacebookShare on Twitter

গোটেই ৰাজ্যখনৰে গ্ৰন্থপ্ৰেমী, সাহিত্য অনুৰাগী, কবি, লেখক আৰু শিক্ষানুৰাগীৰে তিনিচুকীয়াৰ বৰডুমচাৰ বডৌচা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৪ তম অধিৱেশনখনৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে বহু লোকৰ সমাগম ঘটে।

ৰাজ্যখনৰ বৃহৎ সাহিত্য সংগঠন অসম সাহিত্য সভাৰ ৫ দিনীয়া অধিৱেশনখন বুধবাৰৰ পৰা আৰম্ভ হৈছে। অধিৱেশনখনত ৰাজ্যখনৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ হেজাৰ সংখ্যক সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে।

অসম সাহিত্য সভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অধিৱেশনস্থলীৰ পৰা ৯ কিলোমিটাৰ আঁতৰৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত  সাহিত্য সভাৰ কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

দুয়োখন ৰাজ্যৰ মাজত সম্বন্ধ সুদৃঢ় কৰাৰ লক্ষ্যৰে এই বছৰ সাহিত্য সভাই যৌথ প্ৰচেষ্টাৰে সভাৰ অধিৱেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

01-02-18 Bardumsha- Asom Sahitya sabha (6)বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ উপ সভাপতি প্ৰহ্লাদ তাছাই সভাপতি ধ্ৰুৱজ্যোতি বৰাৰ অনুপস্থিতিত সভাৰ পতাকা উত্তোলন কৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বুধবাৰে বৰা দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

বৃহস্পতিবাৰে বিদ্যায়তনিক আৰু সাংস্কৃতিক আলোচনা চক্ৰৰ লগতে বিভিন্ন জনগোষ্ঠীয় প্ৰদৰ্শনী, পৰম্পৰাগত খেল, গ্ৰন্থ উন্মোচনী আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।

শুকুৰবাৰে অৰুণাচলত অৱস্থিত ছিংফো হেৰিটেজ চেন্টাৰৰ পৰা বডৌচা সমন্বয় ক্ষেত্ৰলৈ ৯ কিলোমিটাৰ জুৰি এটা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। এগৰাকী আয়োজকে জনোৱা মতে দুয়োখন ৰাজ্যৰ পৰা ১০,০০০ কৈ লোকে শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে।

নৱ নিৰ্বাচিত সভাপতি পৰমানন্দ ৰাজবংশীয়ে আন নিৰ্বাচিত সদস্যসকলৰ সৈতে চলিত অধিৱেশনতে সাহিত্য সভাৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd