DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

অসম ৰাইফলছৰ অভিযানত মণিপুৰত পুনৰ মাৰাণাস্ত্ৰ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 1:20 pm
Further
139
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত অসম ৰাইফলছ, ৫নং জম্মু-কাশ্মীৰ ৰাইফলছ আৰু বিষ্ণুপুৰ জিলা আৰক্ষী কামাণ্ডোৰ এক যুটীয়া অভিযানত দুটাকৈ মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

আছাম ৰাইফলছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ হোৱা মাৰাণাস্ত্ৰ দুটা হৈছে এম- ১৬ ৰাইফল আৰু একে ৫৬ ৰাইফল।

উল্লেখযোগ্য যে চোৰাংচোৱাৰ পৰা লাভ কৰা এক গোপন খবৰৰ ভিত্তিত সোমবাৰে বিষ্ণুপুৰ জিলাৰ ইশ্বক গাঁৱত অসম ৰাইফলছ, ৫নং জম্মু-কাশ্মীৰ ৰাইফলছ আৰু বিষ্ণুপুৰ জিলা আৰক্ষী কামাণ্ডো বাহিনীয়ে চলোৱা এক যুটীয়া অভিযানৰ সময়ছোৱাত এই মাৰাণাস্ত্ৰ জব্দ কৰা হয়। অৱশ্যে অভিযান কালত কোনো সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটোৱে।

এই সন্দৰ্ভত অসম ৰাইফছে প্ৰকাশ কৰে যে দীৰ্ঘদিন ধৰি ইম্ফল উপত্যকাত আছাম ৰাইফলছে উগ্ৰপন্থী সমস্যা নোহোৱা কৰিবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ ফলতে এই সফলতা লাভ কৰা হৈছে। ইয়াৰ আঁৰত আছাম ৰাইফলছৰ জোৱানসকলৰ কঠিন শ্ৰম জড়িত হৈ আছে।

শেহতীয়া সময়ছোৱাত মণিপুৰত আছাম ৰাইফলছে চলোৱা অভিযান সমূহৰ ভিতৰত এই অভিযানটো হৈছে সবাতোকৈ সফল।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে যোৱা দেওবাৰেও এক অনুৰূপ অভিযানকালত বিষ্ণুপুৰ জিলাৰ পৰা আছাম ৰাইফলছে বৃহৎ পৰিমাণৰ অস্ত্ৰ- শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

 

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd