• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ২৪-২৫ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট ইণ্ডিয়া ফেশ্বন উইকেণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2018 2:31 pm
NE Fashion Week
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থ-ইষ্ট ইণ্ডিয়া ফেশ্বন উইকেণ্ডৰ তৃতীয় সংস্কৰণৰ বাবে সাজু হৈছে গুৱাহাটী। অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰিত গুৱাহাটীৰ আজাৰাস্থিত কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত এই মেগা ফেশ্বন ইভেণ্টখন অনুষ্ঠিত হ’ব।

প্ৰথম দুটা সংস্কৰণ সফলতাৰে পাৰ কৰাৰ পিছত তৃতীয় সংস্কৰণটোৰ ফেশ্বন উইকত উত্তৰ-পূব তথা প্ৰতিৱেশী ৰাষ্ট্ৰৰ প্ৰতিভাসম্পন্ন তথা শীৰ্ষ পৰ্যায়ৰ মডেল তথা ডিজাইনাৰসকলে অংশগ্ৰহণ কৰিব।

ফেশ্বন উইকৰ উদ্যোক্তাই জানিব দিয়া অনুসৰি তৃতীয় সংস্কৰণত উত্তৰ-পূবৰ হস্ততাঁত বস্ত্ৰশিল্পক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰমোচন কৰাৰ কাৰণে ব্যাপক পৰিকল্পনা কৰিছে।

উল্লেখযোগ্য যে নৰ্থ-ইষ্ট ফেশ্বন উইকত শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু ভূটানৰ উচ্চ পৰ্যায়ৰ বিভিন্ন মডেল আৰু ডিজাইনাৰে অংশগ্ৰহণ কৰিব।

দুদিনীয়া কাৰ্যসূচীৰে চলিব লগা ফেশ্বন উইকত ৫০০০ হেজাৰ লোকৰ সমাৱেশ ঘটিব বুলি আয়োজকসকলে জানিবলৈ দিছে।

ফেশ্বন জগতত নতুনকৈ খোজ পেলোৱা ডিজাইনৰ বাবে অনাগত সময়ত দেশৰ প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ সকলৰ দ্বাৰা এখন উচ্চ পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰাৰ কথাও উদ্যোক্তাই জানিবলৈ দিয়ে। এই কৰ্মশালতে প্ৰতিষ্ঠিত ডিজাইনাৰ সকলৰ সৈতে উদিয়মান ডিজাইনাৰ সকলে প্ৰত্যক্ষভাবে মত বিনিময় কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

September 9, 2025 1:44 pm
যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

September 9, 2025 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd