• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা বৰপেটা সত্ৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব দৌল মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 4:05 pm
Holi-570x320

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈকে পাঁচদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে।

প্ৰচাৰ, সাংস্কৃতিক বিভাগ, আতিথ্য আৰু অভ্যৰ্থনাকে ধৰি মুঠতে ১৭ খন উপ সমিতি গঠন কৰা হৈছে। তেওঁলোকে মহোৎসৱখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ পূৰ্ণ গতিত কাম কাজ চলাই আছে। মহোৎসৱখনি সম্পূৰ্ণ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত কৰা হ’ব।

Apply Now

এই বছৰ দৌল মহোৎসৱৰ প্ৰথম দিনা বহ্নোৎসৱ বা গন্ধৰ্ৱ যাত্ৰা পালন কৰা হ’ব।

দৈনিক দুপৰীয়া প্ৰসংগৰ পিছত দৌল গোৱিন্দ আৰু কলীয়া গোঁহাইক মণিকূট বা ভাঁজঘৰৰ পৰা গায়ন বায়নৰ সৈতে পূব দূৱাৰেদি বাহিৰলৈ উলিয়াই অনা হয়।

দুয়োটা মূৰ্তিকে মঠৰ সন্মুখভাগত ৰখা হ’ব। দুয়োটাকে সন্ধিয়া মেজিৰ চাৰিওফালে সাতবাৰকৈ প্ৰদক্ষিণ কৰোৱা হ’ব আৰু তাৰপিছত দৌলত উঠাব। সেই সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা হিলৈ-ফটকাৰ প্ৰদৰ্শন কৰা হ’ব।

মাৰ্চৰ ১, ২ আৰু ৩ তাৰিখে ভৰ দৌল উদযাপন কৰিব। পুৰুষ আৰু মহিলা ভকতসকলৰ দ্বাৰা পুৱাৰ নিয়মীয়া প্ৰসংগৰ পিছতে আটাইকেইদিন ‘’জগমোহন গৃহ’’ত ভাগৱত পাঠ, ভোজন ব্যৱহাৰ, ঘোষা কীৰ্তন আৰু ব্যাস কীৰ্তন অনুষ্ঠিত হ’ব।

সত্ৰৰ বুঢ়া সত্ৰীয়াই ভৰ দৌলৰ প্ৰথম দিনা ফাকুৰে প্ৰাৰ্থনা আগবঢ়াব আৰু তাৰপিছতে এই দুদিনত আন ভকতসকলে এই সেৱা আগবঢ়াব।

যদিও বহ্নোৎসৱৰ পৰা দৌলৰ সময়খিনিত মূৰ্তি দুটা সলনি কৰা অৱস্থাতে থাকিব, কিন্তু ২ মাৰ্চৰ গধূলি ১০ বজাৰ পিছত উত্তৰ ফাল্গুনী নক্ষত্ৰৰ সময়ছোৱাত ঘটা কিছু জ্যোতিষ শাস্ত্ৰৰ ক্ৰিয়াৰ বাবে তেওঁলোকক ‘’জগমোহন গৃহ’’লৈ লৈ যোৱা হ’ব।

মহোৎসৱৰ শেষৰ দিনা অৰ্থাৎ ৪ মাৰ্চত ফাকুৱা বা বৰপেটাৰ বিখ্যাত সুঁৱেৰি উৎসৱ উদযাপন কৰা হ’ব।

দৌল মহোৎসৱৰ চাৰিওটা দিনতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অহা ২৮ ফেব্ৰুৱাৰীত গন্ধযাত্ৰাৰ দিনাই ৰাজ্যিক পৰ্যায়ত এটা হোলী গীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd