• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ দুৰ্গম অঞ্চলত স্বাস্থ্য শিবিৰৰ আয়োজন ভাৰতীয় সেনাৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
June 5, 2018 12:51 pm
medical-camp-arunachal-570x320
197
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনা আৰু জাং অসামৰিক চিকিৎসালয় প্ৰশাসনৰ যৌথ উদ্যোগত পশ্চিম অৰুণাচল প্ৰদেশৰ অতিকৈ ভিতৰুৱা অঞ্চল মাগোত দুদিনীয়াকৈ আয়োজন কৰা হয় এটা চিকিৎসা শিবিৰ।

সেনা আৰু চিকিৎসালয়ৰ অভিজ্ঞ চিকিৎসকৰ উপস্থিতিত মাগো আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ৭২ জন পুৰুষ, ১১১ গৰাকী মহিলা আৰু ৪৬ জন শিশুয়ে বিনামূলীয়াকৈ চিকিৎসা গ্ৰহণ কৰে। তাৰোপৰি এই অঞ্চলৰ বিভিন্ন ঘৰচীয়া জন্তু সমূহকো চিকিৎসা প্ৰদান কৰে চিকিৎসকৰ দলটোৱে।

প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনা আৰু অসামৰিক চিকিৎসালয় প্ৰশাসনে আয়োজন কৰা চিকিৎসা শিবিৰত বিভিন্ন প্ৰয়োজনীয় ঔষধ-পাতি যোগান ধৰাৰ উপৰি অভিজ্ঞ চিকিৎসকসকলে দুৰাৰোগ্য ৰোগৰ ভয়াবহতা তথা সজাগতা বৃদ্ধি কৰাৰ বাবেও গাঁওবাসীৰ লগত স্থানীয় ভাষাত মত বিনিময় কৰে।

অতিকৈ দুৰ্গম অঞ্চলত গাঁওবাসীৰ স্বাস্থ্যৰ গুৰুত্ব বুজি এইদৰে চিকিৎসা শিবিৰৰ আয়োজন কৰা বাবে চিকিৎসক দলটোৰ নেতৃত্ব দিয়া ডাঃ ৰিনছিন নিমাই ৪০ মাউণ্টেইন ব্ৰীজৰ চুনা বেটেলিয়নক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে সততে চিকিৎসা সেৱাই ঢুকি নোপোৱা মাগোবাসীৰ বাবে দুদিনীয়াকৈ চিকিৎসা শিবিৰৰ আয়োজন কৰাত গাঁওবাসীয়ে আয়োজক তথা চিকিৎসকৰ দলটোক অশেষ ধন্যবাদ জনায়।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd