DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ পাচীঘাটত আদি আৰু অসমৰ  মিচিং সমাজে পালন কৰিব আলি আঃয়ে লৃগাং

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 2:01 pm
অৰুণাচলৰ পাচীঘাটত আদি আৰু অসমৰ  মিচিং সমাজে পালন কৰিব আলি আঃয়ে লৃগাং
307
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ পাচিঘাটত  ২৩ ফেব্ৰৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ প্ৰধান উৎসৱ আলি আঃয়ে লৃগাং পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে জনগোষ্ঠীটোৰ লোকসকলে সম্পূৰ্ণ পৰম্পৰাগত ভাৱে আলি আঃয়ে লৃগাং উৎসৱ পালন কৰিব৷ আলি আঃয়ে লৃগাং হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷

প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয়ে এই উৎসৱ পালন কৰে যদিও অৰুণাচলৰ আদি আৰু অসমৰ  মিচিংসকলে পূব চিয়াং জিলাৰ পাচিঘাট মেবৰ বাক্কুলত চিয়াং নদীৰ পাৰৰ মনোমোহা পৰিৱেশৰ মাজত একতা সৃষ্টিৰ লক্ষ্যৰে পুনৰ এই উৎসৱৰ আয়োজন কৰিছে।

এই উৎসৱক লৈ অৰুণাচল প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

অসম-অৰুণাচলৰ প্ৰায় ৩০টা সাংস্কৃতিক দলে এই আলি আঃয়ে লৃগাং উৎসৱত অংশ গ্ৰহণ কৰিব বুলি জানিব দিছে মুখ্য পৃষ্ঠপোষক তথা মেব সমষ্টিৰ বিধায়ক লম্বু টায়েঙে৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই বৰ্ণাঢ্য উৎসৱত মিচিঙসকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে বস্ত্ৰ মেলাৰো আয়োজন কৰিছে।

আনহাতে অৰুণাচলৰ আদী যুৱক-যুৱতীসকল এই উৎসৱৰ বাবে দিনে-নিশাই সাংস্কৃতিক অনুশীলনত ব্যস্ত থকা পৰিলক্ষিত হৈছে৷

অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত সাংস্কৃতিক বিনিময় গঢ়ি উঠাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই আলি আঃয়ে লৃগাং উৎসৱৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd