• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ বৰডুমচাৰ পৰা অপহৃত ঠিকাদাৰৰ সন্ধান উলিওৱাত ব্যৰ্থ নিৰাপত্তাৰক্ষী

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 12, 2018 9:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিশা চাংলাং জিলাৰ বৰডুমচা আৰক্ষী চকীৰ অন্তৰ্গত গজু গাঁৱৰ পৰা সন্দেহজনক  এন এছ চি এন (আই এম) গোটৰ দ্বাৰা অপহৃত টাৰু টানা নামৰ ঠিকাদাৰজনৰ বৰ্তমানলৈকে নিৰাপত্তাৰক্ষীয়ে কোনো সন্ধান উলিয়াব সক্ষম হোৱা নাই।

জানিব পৰা মতে ঠিকাদাৰজন অপহৰণ হোৱাৰ পিছত নিৰাপত্তাৰক্ষী বাহিনীয়ে দেওবাৰে পুৱা ভাগৰ পৰা ঠিকাদাৰজনক উদ্ধাৰৰ বাবে অঞ্চলটোত অভিযান আৰম্ভ কৰিছিল যদিও বৰ্তমানলৈকে তেওঁ ক’ত আছে তাৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Apply Now

আৰক্ষীয়ে জনোৱা মতে টানাক শুকুৰবাৰে নিশা প্ৰায় ৯-৩০ বাজত অপহৰণ কৰিছিল আৰু সেই সময়ত তেওঁ বাসগৃহত অকলশৰে আছিল কিন্তু ওচৰ-চুবুৰীয়াৰ লোকে আৰক্ষীক নিশা তেওঁৰ বাসগৃহৰ পৰা খিৰিকীৰ আইনা ভঙাৰ দৰে বৃহৎ শব্দ শুনিছিল বুলি জনায়।

বৰডুমচা আৰক্ষী চকীৰ এজন বিষয়াই কয়, ‘আমি টানাক উদ্ধাৰৰ বাবে  সেনা বাহিনীৰ সৈতে এক যুটীয়া অভিযান চলাই আছো যদিও ঘন অৰণ্যৰ বাবে টানাক অপহৃতই ক’ত ৰাখিছে সেই সন্দৰ্ভত কোনো তথ্য বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই। তেওঁক উদ্ধাৰৰ বাবে আমাৰ অভিযান চলি আছে।’

এক গোপন সূত্ৰ পৰা বৰডুমচা অঞ্চলটোত বিদ্ৰোহী সংগঠনৰ সক্ৰিয়তাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতো আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল।

আনহাতে বৰডুমচাৰ একাংশ স্থানীয় ৰাইজে পূৰ্বতে তেওঁ নিম্নমানৰ কাম কৰা বুলি উত্থাপন কৰা অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে।

এক সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে পূৰ্বে সন্দেহজনক এন এছ চি এন (আই এম) গোটৰ দ্বাৰা তেওঁক মুক্তিপণৰ দাবীত ১ কোটি টকাৰ দাবী কৰিছিল আৰু ইয়াৰে এটা অংশ সংগঠনটোক তেওঁ আদায় দিছে আৰু বাকী অংশ আদায় দিবলৈ থকা বুলি পূৰ্বতে সংবাদ প্ৰকাশ পাই আহিছে।

উল্লেখযোগ্য যে আজি কেইমাহ মানৰ পৰা অসম-অৰুণাচল সীমান্তত এই বিদ্ৰোহী সংগঠনটোৰ সক্ৰিয়তা বৃদ্ধি পাইছে আৰু তেওঁলোকে অঞ্চল বিলাকত ধন দাবী কৰিবলৈ ধৰিছে। পূব আৰুণাচলৰ টিৰাপ, চাংলাং আৰু লনডিং আদি জিলাত নাগা বিদ্ৰোহী সংগঠনৰ প্ৰভাৱ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।

আনহাতে বিগত বৰ্ষৰ নৱেম্বৰ মাহতো দেৱেন্দ্ৰ কুমাৰ সিনহা (৫৮) নামৰ এগৰাকী চৰকাৰী কৰ্মচাৰীক উক্ত অঞ্চলৰ পৰা অপহৰণ কৰিছিল উগ্ৰপন্থীয়ে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd