• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ লংডিঙত পেচাব কৰিবলৈ বুলি ঘৰত সোমাই শিশুক ‘যৌন নিৰ্য্যাতন’ সেনা জোৱানৰ, অভিযুক্তক আটক

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , June 23, 2018 8:55 pm

1 min read

অৰুণাচলৰ লংডিঙত পেচাব কৰিবলৈ বুলি ঘৰত সোমাই শিশুক ‘যৌন নিৰ্য্যাতন’ সেনা জোৱানৰ, অভিযুক্তক আটক
204
VIEWS
Share on FacebookShare on Twitter

দহ বছৰীয়া কন্যা শিশু এটিক যৌন নিৰ্য্যাতন চলাৱাৰ অভিযোগত অৰুণাচল প্ৰদেশৰ লংডিঙত আৰক্ষীয়ে সেনাবাহিনীৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

অভিযোগ মতে লংডিং জিলাৰ পাউচাউ চক্ৰত শিবিৰ পাতি থকা সেনাৰ ১৯নং শিখ ৰেজিমেণ্টৰ গুৰলাল সিং নামৰ জোৱানজনে যোৱা ২১ জুনত বনিয়া ভিলেজৰ এগৰাকী মহিলাৰ বাসগৃহত পেচাব কৰিবলৈ বুলি প্ৰৱেশ কৰে। মাক ওচৰ-চুবুৰীয়াৰ ঘৰলৈ যোৱাত সেইসময়ত ঘৰত অকলে থকা দহ বছৰীয়া কন্যাগৰাকীক সেনা জোৱানজনে যৌন নিৰ্য্যাতনৰ চেষ্টা চলায়৷

ছোৱালীজনীয়ে কথমপি সেনা জোৱানজনৰ কবলৰ পৰা মুক্ত হৈ দৌৰি গৈ মাকক সবিশেষ বিৱৰি কয়৷

শিশুটিৰ পৰিয়ালে লংডিং থানাত সেনা জোৱানজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ পিছত লংডিং থানাই কালি সেনা জোৱানজনক গ্ৰেপ্তাৰ কৰে৷

সেনা জোৱানজনক কঠোৰ শাস্তিৰ দাবীত বিক্ষুব্ধ শ শ ৰাইজ ওলাই আহে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd