• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ অপহৃত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰক মুক্তি

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 13, 2018 9:12 pm
kidnapped-victim
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাৰ গজু গাঁৱৰ পৰা পৰা যোৱা ১০ ফেব্ৰুৱাৰিৰ নিশা সন্দেহযুক্ত এন এছ চি এন উগ্ৰপন্থীয়ে অপহৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰ টাৰু টানাক তিনি দিনৰ পিছত আজি পুৱতি নিশা এৰি দিয়ে বুলি জানিব পৰা গৈছে।

এই খবৰ জানিব পৰা গৈছে অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা সূত্ৰৰ পৰা। আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে আজি যোৱা নিশাৰ পুৱাৰ ভাগত অপহৰণকাৰীয়ে টানাক এৰি দিয়ে। এৰি দিয়াৰ খবৰ পোৱাৰ পিছতে বৰডুমচা আৰক্ষীয়ে গৈ তেওঁক ২০ কিলোমিটাৰৰ দূৰৰ খৰচাঙৰ পৰা উদ্ধাৰ কৰি আনে।

Apply Now

উল্লেখযোগ্য যে টাৰু টানা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত জড়িত M/S Puna & Hunda Construction Company ৰ উপ-সভাপতি। তেওঁক তেওঁৰ কাৰ্য্যালয় সংলগ্ন ভাৰাঘৰৰ পৰা নিশা প্ৰায় ৯.৩০বজাত অপহৰণ কৰা হৈছিল। পুৱাৰ ভাগত স্থানীয় লোকে টানা অপহৃত হোৱাটো নিশ্চিত কৰিছিল। তেওঁ থকা ঘৰৰ খিৰিকীৰ গ্লাছ ভগা আছিল আৰু মজিয়াত তেজৰ চেঁকুৰা পোৱা গৈছিল।

আনহাতে এটা সূত্ৰই টাৰু টানাক এন এছ চি এনে (আই এম)-এ অপহৰণ কৰা বুলি দাবী কৰি অহাৰ লগতে আৰক্ষীয়েও একেই সম্ভাৱনা ব্যক্ত কৰিছিল। কিয়নো ইয়াৰ পূৰ্বে টানাক এন এছ চি এনে (আই এম)-এ ১ কোটি টকা বিচাৰি ধন দাবী পত্ৰ দিয়া বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে কোৱা মতে টানাই এই দাবী কৰা ধনৰে একাংশ ইতিপূৰ্বে দিছিল। কিন্তু বাকী থকা অংশ দিয়াৰ সময় উকলি যোৱাতো নিদিয়াত এই অপহৰণ কৰা হয় বুলি সূত্ৰটোৱে মত প্ৰকাশ কৰে।

স্মৰ্তব্য যে সন্দেহযুক্ত এন এছ চি এন (আইএম) উগ্ৰপন্থীয়ে প্ৰায় এক কোটি টকা দাবী কৰাৰ বাবে পূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল ঠিকাদাৰগৰাকীয়ে। নাম প্ৰকাশত অনিচ্ছুক তেওঁৰ ঘনিষ্ঠ লোক এগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি টাৰুৱে উক্ত দাবী কৰা ধনৰ এটি বৃহৎ অংশ ইতিমধ্যে সংগঠনটোক আদায় দিছে আৰু বাকী থকা অংশ দিবলৈ বাকী আছিল।

আনহাতে সূত্ৰটোৱে জানিবলৈ দিয়া মতে টানাৰ নিৰ্মাণ কোম্পানিটোৱে জিলাখনত ট্ৰেন্স-অৰুণাচল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অধীনত পথ নিৰ্মাণ কৰি আছে। কিন্তু অভিযোগ মতে কোম্পানিটোৱে অতি নিম্নমানৰ কাম কৰি আছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ অক্টোবৰ মাহৰ ৮ তাৰিখে সন্দেহযুক্ত আলফা সদস্যই বৰডুমচাৰ পৰা NHIDCL ৰ এজন বিষয়া  বেদান্ত কুমাৰ সিনহা (৫৮)ক অপহৰণ কৰাৰ কিছু দিনৰ পিছত মুকলি কৰি দিছিল। অঞ্চলটোত আলফা (স্বাঃ), এন এছ চি এন (আই এম)ৰ সঘন উপস্থিতি এতিয়াও নিৰাপত্তা বাহিনী তথা আৰক্ষীৰ বাবে মূৰৰ কামোৰনি হৈ থকাৰ লগতে অঞ্চলটোত কাম কৰা ঠিকাদাৰ, ব্যৱসায়ীৰ বাবেও শংকাৰ কাৰণ হৈ উঠিছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd