• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ টুটিঙত অনুষ্ঠিত হয় শ্ৰমিক কল্যান আঁচনিৰ সজাগতা শিবিৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 13, 2018 1:39 pm
labour awareness camp
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশ বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যান বোৰ্ড(এপিবিএণ্ডওচিডব্লিউডব্লিউবি)ৰ উদ্যোগত অৰুণাচল প্ৰদেশৰ টুটিং চলুং খেল পথাৰত এক শ্ৰমিক সজাগতা শিবিৰৰ আয়োজন কৰা হয়।

শ্ৰমিকসকলৰ বাবে বোৰ্ডে আগবঢ়োৱা বিভিন্ন সা-সুবিধা তথা তেওঁলোকৰ অধিকাৰ সমূহৰ বিষয়ে তথা শ্ৰমিক কল্যান আঁচনিৰ বিষয়ে অৱগত কৰোৱাৰ মূল উদ্দেশ্যেৰে এই শ্ৰমিক শিবিৰৰ আয়োজন কৰিছিল।

Apply Now

সজাগতা শিবিৰৰ অনুষ্ঠানত উপস্থিত থকা টুটিং জিলাৰ অতিৰিক্ত উপায়ুক্ত কবিত আপাঙে এনেধৰণৰ শিবিৰৰ আয়োজন কৰা বাবে বোৰ্ডক ধন্যবাদ জনায়। আৰু লগতে এখন ৰাজ্য বা দেশ নিৰ্মানত এই শ্ৰমিক সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলিও তাৎপৰ্যমূলক মন্তব্য আগবঢ়ায়। শ্ৰমিক সকল হ’ল মানৱ কাৰক আৰু উন্নয়নত এই কাৰকে প্ৰধান ভূনিকা গ্ৰহণ কৰে।

কাৰিকৰী দিশত উন্নত আৰু জ্ঞানী শ্ৰমিক সকল এখন দেশৰ মেৰুদণ্ডৰ দৰে কাম কৰে। দক্ষ শ্ৰমিক সকলে দেশৰ দুৰ্লভ প্ৰাকৃতিক সম্পদ সমূহৰ সঠিক ব্যৱহাৰ কৰে বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ আৰু কয় যে সৎ, আন্তৰিকতা, কঠোৰ পৰিশ্ৰমী আৰু জ্ঞানী শ্ৰমিক সকলে দেশৰ উন্নয়নৰ গতি তৰাণ্বিত কৰাত ব্যাপক সহায় কৰে।

এই শিবিৰতে বোৰ্ডৰ হৈ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৪০০ তকৈও অধিক শ্ৰমিকৰ মাজত টিভি, কম্বল, ৰেইন কোট আদি বিতৰণ কৰে।

টুটিং পঞ্জীয়ন বিষয়া অৰ’ টাগ্গুৱে শিবিৰত উপস্থিত থকা সকলো প্ৰকাৰৰে শ্ৰমিকক বোৰ্ডৰ ফালৰ পৰা সকলো সুবিধা লাভ কৰাৰ বাবে নিজৰ নিজৰ নাম সমূহ বোৰ্ডত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ বোৰ্ডৰ অধ্যক্ষ জেলি ছোনম আৰু শ্ৰম আয়ুক্ত তথা সচিব ওজিং দৰুইৰিঙে শ্ৰমিক সকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যানকামী আঁচনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰমিক সজাগতা শিবিৰত ছোনম ফাণ্টচক, জয়া কম্বোৰ লগতে য়াৰি টালি আদি বহুতো বিভাগীয় বিষয়া উপস্থিত আছিল।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd