• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ বাজেটত সামাজিক সুৰক্ষামূলক আঁচনিক অগ্ৰাধিকাৰ

NE NOW NEWS এন ই নাও নিউজ
ইটানগৰ , March 15, 2018 12:58 pm

1 min read

pema
86
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত অৰুণাচল প্ৰদেশৰ বাজেট অধিবেশনত নাগৰিকৰ হিতৰ উদ্দ্যেশ্য সামাজিক সুৰক্ষামূলক আঁচনিক গুৰুত্ব দিছে পেমা খাণ্ডু চৰকাৰে। সেই অনুসৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে হিতাধিকাৰী সকলৰ বাবে বিভিন্ন সামাজিক সুৰক্ষামূলক আঁচনিৰ ক্ষেত্ৰত প্ৰায় ৮৮ কোটি টকা ধাৰ্য কৰিছে।

তদুপৰি খাণ্ডু চৰকাৰৰ বাজেটৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা হ’ল এনেধৰণৰ :

# ৮০ বছৰৰ ঊৰ্ধ্বৰ পেন্সনাৰ, বিধৱা পেন্সনাৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ পেন্সন মাহিলি ২০,০০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত। আনহাতে ৬০-৭৯ বছৰৰ পেন্সনাৰৰ পেন্সন মাহিলি ১৫,০০০ টকা কৰা হ’ব।

# পিৰ’য়িক সম্প্ৰদায়ৰ লোকসকলৰ স্ব-নিয়োজনৰ বাবে ১০ কোটি টকাৰ আৱণ্টন।

# ’দুলাৰী কন্যা যোজনা’ৰ বাবে ৫ কোটি টকাৰ আৱণ্টন। য’ত চৰকাৰী চিকিৎসালয়ত কন্যা সন্তান জন্ম দিলে কন্যাৰ নামত ২০০০ টকাৰ বীমা (ফিক্সড ডিপ’জিট) কৰি দিয়া হ’ব।

# ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অট্টালিকা নিৰ্মাণৰ বাবে ৫ কোটি টকাৰ পুঁজিৰ প্ৰস্তাৱ।

# চাংলাং আৰু য়ুপিয়াত জুভেনাইল গৃহ নিৰ্মাণৰ বাবে ৬ কোটি টকাৰ আৱণ্টন।

# মুখ্য গাঁওবুঢ়াৰ মাহিলি ভাট্টা ২০০০ টকা আৰু গাঁওবুঢ়াৰ ভাট্টা ১৫০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত।

উল্লেখ্য যে প্ৰদেশখনৰ ৰাজ্যপাল বি ডি মিশ্ৰাৰ অভিভাষণেৰে যোৱা ৯ মাৰ্চত আৰম্ভ হোৱা অৰুণাচলৰ বাজেট অধিবেশনৰ আজি অন্ত পৰে।

 

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd