• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ মায়’দিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৭ জন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 24, 2018 10:25 pm

1 min read

প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

177
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া ১২ বজাত অৰুণাচল প্ৰদেশৰ মায়’দিয়াত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জন যাত্ৰী থিতাতে নিহত হয়।

জানিব পৰা মতে এ এছ ২৩ কিউ ১০৮৮ নম্বৰৰ বলেৰ’ গাড়ীখন মায়’দিয়াৰ ওচৰৰ তিৱাৰী গাঁৱত পথৰ পৰা বাগৰি পৰে।

দুৰ্ঘটনাটোত ৭ জন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ২ জন লোকে গুৰুতৰ আঘাত পায়। বাকী দুজন লোকৰ আঘাত সিমান গুৰুতৰ নাছিল।

গুৰুতৰভাৱে আহত লোক দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

আটাইকেইজন লোকেই তিনিচুকীয়াৰ হাপজান আৰু ডুমডুমা অঞ্চলৰ বুলি  জানিব পৰা গৈছে।

ঘটনাটোত নৰচাদ আহেমদ, ইৰচাদ হুছেইন, আনোৱাৰ হুছেইন, আচিফ আনছাৰি, আনছাৰ আহমেদ, পাৰভেজ হুছেইন  আৰু আমিৰ হুছেইন থিতাতে নিহত হোৱাৰ বিপৰীতে ৱাছিম আক্ৰাম আৰু মোজাহিদুল ইছলাম গুৰুতৰভাৱে আহত হৈছে।

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd