DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আক্ৰাছুৰ বন্ধৰ সময়চোৱাত সাধাৰণ জীৱন-যাত্ৰা ব্যাহত ওদালগুৰিত

ছাজিদ খান by ছাজিদ খান
July 20, 2018 9:52 pm
u-3-570x320
126
VIEWS
Share on FacebookShare on Twitter

আক্ৰাছুৱে আহ্বান জনোৱা ৰাজ্যজুৰি ২৪ ঘণ্টীয়া বন্ধৰ সময়চোৱাত আজি ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হোৱাটো পৰিলক্ষিত হয়। বন্ধৰ সময়চোৱাত ওদালগুৰিৰ  ভিন্ন ভিন্ন স্থানত থকা দোকান-পোহাৰ আৰু চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ থাকে।

উল্লেখ্য যে সুকীয়া কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত যুটীয়াভাৱে এই বন্ধৰ আহ্বান জনাইছিল সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনী (AKRMS) আৰু চিলাৰায় সেনাই।

ওদালগুৰি জিলাৰ গুৰুত্বপূৰ্ণ চহৰাঞ্চল যেনে কলাইগাঁও, টংলা, ডিমাকুছি, মাজবাট, খৈৰাবাৰী, ৰৌতা, হৰিশিঙা বাজবাট, পানেৰি, ওদালগুৰিত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাটো পৰিলক্ষিত হয়।

বন্ধৰ সময়চোৱাত ওদালগুৰিৰ বিভিন্ন ব্যস্ত পথ উপপথ সমূহত ব্যক্তিগত, ৰাজহুৱা আৰু বাণিজ্যিক- সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচল বন্ধ আছিল।

বন্ধৰ সময়চোৱাত বন্ধৰ সমৰ্থকৰ দ্বাৰা সংঘতিত হ’ব পৰা যিকোনো অনাকাংক্ষিত ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে অৰ্ধ সামৰিক আৰু আৰক্ষী বাহিনীৰ লোকে জিলাখনৰ বিভিন্ন স্থানত তহল দি থকা দেখা গৈছিল।

উল্লেখ্য যে আজি আবেলি এই প্ৰতিৱেদন লিখি উঠাৰ পৰলৈকে কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd