DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আচৰিত নহ’ব! ক্ষমতাই শেষ কথা, মিত্ৰজোঁট গঠন ‘কংগ্ৰেছ-বিজেপি’ৰ

সংযুৱালা মাৰ by সংযুৱালা মাৰ
May 2, 2018 10:52 pm
BJP-Congress alliance in mizoram
134
VIEWS
Share on FacebookShare on Twitter

ৰাজনীতিত বোলে নাই কোনো স্থায়ী শত্ৰু বা মিত্ৰ। মিজোৰামত তাকেই প্ৰমাণ হ’ল। চাকমা স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে মিজোৰামত মিত্ৰজোঁট গঠন কৰিলে ‘চিৰবৈৰী’ কংগ্ৰেছ আৰু বিজেপিয়ে। মিত্ৰজোঁটটোৰ নাম ‘United Legislature Party’।

দেশজুৰি ‘কংগ্ৰেছ মুক্ত ভাৰত’ শ্ল’গান দিয়া বিজেপিৰ ৰাজ্যিক নেতৃত্বই আজি ২ মে’ত সংবাদ মেলযোগে কয় ‘পৰিষদ গঠনৰ বাবে কংগ্ৰেছৰ ৬ গৰাকী সদস্যই বিজেপিৰ ৫ গৰাকীক সমৰ্থন আগবঢ়াব।’

‘অহা ৪ মে’ত নতুন পৰিষদ গঠন কৰা হ’ব’ বুলি জানিবলৈ দি বিজেপিৰ ৰাজ্যিক উপ সভাপতি জ্যুদি জমিংলিয়ানিয়ে জনায় যে ‘মিত্ৰজোঁটটোৱে ইতিমধ্যে বিজেপিৰ পাৰিষদ শান্তি জীৱন চাকমাক মুখ্য কাৰ্য্যবাহীৰূপে মনোনীত কৰিছে।’

নতুন দল হিচাপে পৰিষদ গঠন কৰিব পৰাতো মিজোৰাম বিজেপিৰ বাবে বৃ্হৎ সাফল্য হিচাপে অভিহিত কৰি ৰাজ্যিক সম্পাদক ৱানলালমুৱাকাই কয় ‘ই বিজেপিৰ বাবে এক ঐতিহাসিক মুহূৰ্ত।’

যোৱা ২০ এপ্ৰিলত হোৱা ২০ জনীয়া পৰিষদটোৰ নিৰ্বাচনটোত এম এন এফে ৮, কংগ্ৰেছে ৬ আৰু বিজেপিয়ে ৫ খন আসন দখল কৰাৰ পিছত বিজেপি আৰু কেন্দ্ৰৰ এন ডি এ’ চৰকাৰৰ মিত্ৰদল এম এন এফে পৰৱৰ্তী পৰিষদ দখল কৰিব বুলি এম এন এফৰ নেতা জ’ৰামথাংগাই ঘোষণা কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, সম্পাদক ক্ৰমে অমিত শ্বাহ আৰু ৰামলালে টুইট কৰিছিল।

এম এন এফৰ এজন প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰা বাবে এটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।

সূত্ৰ অনুসৰি কংগ্ৰেছৰ সৈতে পাৰিষদ গঠন বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই দলীয়ভাৱে মানি লোৱা নাই। কিন্তু মিজোৰাম বিজেপিৰ প্ৰচাৰ সম্পাদকে কয় ‘কেন্দ্ৰীয় নেতৃত্বৰ লগত হোৱা বহুলানি আলোচনাৰ পিছত সিদ্ধান্ত কৰা হয় যে যিহেতু মিত্ৰজোঁটটো United Legislature Partyৰ বেনাৰত গঠিত হ’ব, গতিকে আমি আচলতে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা নাই, পাৰিষদ গঠনৰ বাবেহে আমি একে আদৰ্শেৰে নতুন বিধায়িনী দল গঠন কৰিছো।’

মিজোৰাম বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কংগ্ৰেছ-শাসিত ৰাজ্য।

Recent News

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd