• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰেপৰা খৈৰাবাৰীত আৰম্ভ হৈছে ভেৰগাঁও জিলা বি পি এফৰ দ্বিতীয় যুৱ মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 11:10 am
Bodo-Kachari Tribes

প্ৰতিনিধিত্বমূলক ফটো

173
VIEWS
Share on FacebookShare on Twitter

খৈৰাবাৰীৰ  মগীৰংগ সভাকক্ষত তিনিদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে ভেৰগাঁও জিলাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু দ্বিতীয় বাৰ্ষিক যুৱ মহোৎসৱ। এই উপলক্ষে মংগল বড়োক সভাপতি, প্ৰদীপ কুমাৰ ৰামচিয়াৰীক সম্পাদক ৰূপে লৈ এখন আদৰণী সমিতি গঠন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই।

দেওবাৰে পুৱা ৮ বজাত দলীয় পতাকা উত্তোলন কৰিব কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োৱে। ৮.৩০ বজাত শ্বহীদ তৰ্পণ অনুষ্ঠানত মুখ্য তৰ্পকৰূপে অংশ গ্ৰহণ কৰিব ভেৰগাঁও জিলা বি পি এফৰ উপ-সভাপতি প্ৰেমধৰ বড়োৱে।

দেওবাৰেই পুৱা ৯ বজাত সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰিব ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই। ৯-১৫ বজাত ক্ৰীড়া প্ৰতিযোগিতা, ১২ বজাত বাছনি সভা, ৭ বজাত সাংস্কৃতিক প্ৰতিযোগিতাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি পৰিব।

সোমবাৰে তৃতীয় দিনা পুৱা ভলীবল প্ৰতিযোগিতাৰ পিছত দিনৰ ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে। দুপৰীয়া ১২ বজাত মহেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে।

মুকলি সভাত বি টি চি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মুখ্য  অতিথি ৰূপে অংশগ্ৰহণ কৰিব। ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰিহণ দৈমাৰী, কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰী, বিধায়িকা কমলী বসুমতাৰীকে ধৰি কেইবাগৰাকীও বি পি এফ নেতা কৰ্মীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Recent News

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd