• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰ পৰা তিনিদিনীয়াকৈ মেঘালয় বিধানসভাৰ শীতকালীন অধিৱেশন

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 8, 2017 9:36 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মেঘালয় বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। এই তিনিদিনীয়া কাৰ্যসূচী চলিব আজি শুকুৰবাৰ, অহা বুধবাৰ আৰু বৃহস্পতিবাৰে। অধিৱেশনখন আৰম্ভ হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে বিৰোধী দল এন পি পি এ বিধানসভাৰ অধ্যক্ষ এ টি মণ্ডলক অপসাৰণৰ বাবে অনা প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিছে। এন পি পিৰ বিধায়ক জেমছ চাংমাই কয় যে প্ৰস্তাৱটো অনা হৈছিল অধ্যক্ষগৰাকীয়ে অধিৱেশনখন অনুষ্ঠিত কৰাত বিলম্ব কৰাৰ কাৰণে। এতিয়া পলমকৈ হ’লেও অধ্যক্ষগৰাকীয়ে অধিৱেশনখন আহ্বান কৰাৰ বাবে প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে বৃহস্পতিবাৰে বিৰোধী সদস্যসকলৰ সৈতে হোৱা অনানুষ্ঠানিক আলোচনাৰ পিছতে তেওঁ প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰে। বিৰোধী নেতা ডি ৰয়ে কয় যে সময় কম হোৱা বাবে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনা প্ৰস্তাৱটো লৈ আগ বঢ়াটো অপ্ৰয়োজনীয় আছিল। ইয়াৰ আগেয়ে কালি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে জনাইছিল যে অনাস্থা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা কথা তেওঁক জনোৱা হৈছে।

ইয়াৰ পূৰ্বে অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনাইছিল যে তেওঁৰ বিৰুদ্ধে অনা প্ৰস্তাৱটোৱে চৰকাৰখন ভাঙিব নোৱাৰে। তেওঁ কৈছিল যে তেওঁক যদি অঁতৰোৱা হয় তেতিয়াহ’লে এগৰাকী নতুন অধ্যক্ষ বাছনি কৰা হ’ব আৰু ইয়াৰ দ্বাৰা চৰকাৰখনৰ কোনো ক্ষতি নহয়। ‘অধ্যক্ষক অপসাৰণৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱ আৰু অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দুটা পৃথক বিষয়’— তেওঁ কয়।

Apply Now

অধ্যক্ষক অপসাৰণ কৰিলে কিছুমান বিধায়কৰ তেওঁলোকৰ পচন্দ মতে কোনো দলত যোগ দিয়াৰ ক্ষেত্ৰত অযোগ্যতাৰ পৰা ৰক্ষা পোৱাত সহায়ক হ’লহেঁতেন নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অধ্যক্ষ মণ্ডলে কয় যে তেওঁক অপসাৰণ কৰিলেও দশম অনুসূচীৰ ব্যৱস্থাসমূহ একেদৰে চলি থাকিব। তেওঁৰ বিৰুদ্ধে বিৰোধীয়ে অনা দুটা একেধৰণৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰিছিল বুলি কৈ মণ্ডলে জনায় যে বিধায়ক জেমছৰ পৰা অহা প্ৰস্তাৱটোৰ আগেয়ে প্ৰস্তাৱটোৰ গুৰুত্ব সম্পৰ্কে তেওঁ চালি-জাৰি চাইছে।

অধ্যক্ষগৰাকীয়ে সোঁৱৰাই দিয়ে যে তেওঁ আনকি মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱো সদনত গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd