DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

আজি অৰুণাচলৰ পাছিঘাটৰ পৰা গুৱাহাটী হৈ কলকাতালৈ উৰিব বাণিজ্যিক বিমান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 11:50 am
134
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা তথা সমগ্র দেশৰ বিমান পৰিবহণ খণ্ডত কাৰ্যতঃ ইতিহাস সূচনাৰে আজি অৰুণাচল প্ৰদেশৰ পাছিঘাট বিমানবন্দৰৰ পৰা গুৱাহাটী হৈ কলকাতালৈ উৰা মাৰিব প্ৰথমখন বাণিজ্যিক বিমানে।

উল্লেখযোগ্য যে ‘এয়াৰ ইণ্ডিয়া’ৰ সহযোগী সংস্থা ‘এলায়েন্স এয়াৰ’-এ প্ৰতি সপ্তাহৰ তিনিটা দিনত অৰ্থাৎ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে কলকাতা-গুৱাহাটী-পাছিঘাটৰ মাজত বাণিজ্যিক বিমান সেৱা আগবঢ়াব।

যোৱা ২৩ এপ্ৰিলত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা পাছিঘাটলৈ এ টি আৰ-৪২ এয়াৰ ক্ৰাফটৰ পৰীক্ষামূলক উৰণ সম্পন্ন হৈছিল। পৰীক্ষামূলক উৰণত এয়াৰ ক্ৰাফটখনে  গুৱাহাটীৰ পৰা যাত্ৰা কৰি পাছিঘাটত অৱতৰণৰ বাবে সময় লৈছিল প্ৰায় ২ ঘণ্টা ২০ মিনিট।

উক্ত পথেৰে যাত্ৰা কৰিব বিচৰাসকলে ‘এয়াৰ ইণ্ডিয়া’ৰ ৱেবছাইটযোগে অনলাইনত টিকট বুক কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজিৰে পৰা ঐতিহাসিক বিমান সেৱা আৰম্ভ হোৱাৰ পূৰ্বে পাছিঘাটত ইতিমধ্যে বাহৰ পাতিছে ‘এলায়েন্স এয়াৰ’ আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ এটা শীৰ্ষ বিষয়াৰ দলে। পাছিঘাটৰ পৰা বাণিজ্যিক বিমান সেৱা আৰম্ভ হোৱাৰ লগে লগে চীন সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰে দেশৰ আন প্ৰান্তৰ যোগাযোগ ব্যৱস্থা দ্ৰুত হৈ পৰিব বুলি আশা কৰা হৈছে।

Recent News

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd