• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

আমাক ভোট দিয়ক আৰু জেৰুছালেম ভ্ৰমণ কৰক: নাগালেণ্ড ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াস বিজেপি আৰু কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2018 12:23 pm
Representative image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ড বিধানসভাৰ দিন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ভোটাৰ সকলক আকৃষ্ট কৰাৰ বাবে কোনো ধৰণৰ ক্ৰুটি এৰা নাই।

তাৎপৰ্যপূৰ্ণ কথা যে খ্ৰীষ্টান অধ্যুষিত ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিয়ে ক্ষমতা হস্তগত কৰাৰ উদ্দেশ্যে ন ন কৌশল অৱলম্বন তথা বিভিন্ন লোভনীয় ধাৰ্মিক প্ৰস্তাবেৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে।

নাগালেণ্ডত যদিহে বিজেপিক শাসনলৈ আনে তেন্তে ৰাজ্যখনৰ বয়োজ্যেষ্ঠ নাগৰিক সকলক খ্ৰীষ্টান ধৰ্মৰ পৱিত্ৰ ঠাই জেৰুছালেমলৈ বিনামূলীয়াকৈ ভ্ৰমণ কৰাব বুলি নাগালেণ্ড বিজেপিয়ে ৰাজ্যবাসীৰ আগত এই আকৰ্ষণীয় প্ৰস্তাৱ ঘোষণা কৰে।

আনহাতে বিজেপিয়ে ঘোষণা কৰাৰ পূৰ্বেই কংগ্ৰেছে ঘোষণা কৰিছে যে তেওঁলোক শাসনত আহিলে জেৰুছালেম ভ্ৰমণৰ বাবে ৰাজসাহাৰ্য প্ৰদান কৰিব কিন্তু এতিয়া বিজেপিৰ প্ৰস্তাৱে কংগ্ৰেছক অশ্বস্তিত পেলোৱাই নহয় তেওঁলোকৰ প্ৰস্তাৱ এতিয়া গুৰুত্বহীন হোৱাও পৰিলক্ষিত হয়।

নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিতিয়ে ছ’চিয়েল মিডিয়া যোগে নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি কৰি কয় যে দলে এখন বোৰ্ড গঠন কৰিব আৰু সেই বোৰ্ডে নাগৰিক সকলক জেৰুছালেম ভ্ৰমণৰ ক্ষেত্ৰত সহায় কৰিব।

‘ৰাজ্য চৰকাৰৰ এক অধিনিয়ম অনুসৰি ৰাজ্যখনৰ সংঘ্যালঘু লোক সকলক ধৰ্মীয় ঠাই পৰিদৰ্শনৰ সুবিধাৰ্থে এখন বোৰ্ড গঠন কৰি দিম আৰু এই বোৰ্ডে লোক সকলক ৰাজসাহাৰ্যৰ জৰিয়তে ভ্ৰমণ কৰাব’ নাগালেণ্ড কংগ্ৰেছে নিৰ্বাচনী ঘোষণা পত্ৰৰ জৰিয়তে এইদৰে কয়।

কংগ্ৰেছৰ এনে আকৰ্ষণীয় প্ৰস্তাৱৰ বিপৰীতে এখোজ ওপৰত বিজেপি। কংগ্ৰেছৰ ৰাজসাহাৰ্যৰ বিপৰীতে বিজেপিয়ে একে প্ৰস্তাৱ ঘোষণা কৰিছে বিনামূলীয়াকৈ।

এতিয়াও বিজেপিৰ ঘোষণা পত্ৰ ৰাজহুৱা কৰিবলৈ বাকী আছে যদিও এক ভিতৰুৱা শুত্ৰই স্বীকাৰ কৰে যে বিজেপিৰ নিৰ্বাচনী ঘোষণা পত্ৰৰ পৰা জেৰুছালেমলৈ বিনামূলীয়াকৈ ভ্ৰমণ কৰোৱা কথাটো ফাদিল হৈছে আৰু ৰেডিঅ’ত এইটো প্ৰকাশো পাইছে।

অৱশ্যে কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী তথা নাগালেণ্ড ৰাজ্যৰ বিজেপিৰ হৈ নিৰ্বাচনী দায়িত্বত থকা কিৰেন ৰিজিজুৱে ধৰ্মৰ ভিত্তিত ৰাজনীতি নকৰিবলৈ সকলোকে আহ্বান জনায়।

‘সৰ্বসাধাৰণ ৰাইজৰ আশা আকাংখা পূৰণ কৰা আৰু উন্নয়নমূলক কাম কাজৰ বাবেহে ৰাজনীতি আনহাতে ধৰ্ম হ’ল মানুহৰ আত্মা আৰু মনৰ শান্তি’ বুধবাৰে  ৰাজ্যখনৰ মন জিলাত বিজেপি আৰু এনডিপিপিয়ে আয়োজিত যুটীয়া নিৰ্বাচনী সভাত কিৰেন ৰিজিজুৱে এনেদৰে মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd