• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আসন্ন নিৰ্বাচনৰ বাবে নাগালেণ্ডৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিলে নিৰ্বাচন আয়োগে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2018 1:13 pm
আসন্ন নির্বাচনৰ বাবে নাগালেণ্ডত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিছে নিৰ্বাচন আয়োগে

আসন্ন নির্বাচনৰ বাবে নাগালেণ্ডত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিছে নিৰ্বাচন আয়োগে

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে নিৰ্বাচন আয়োগে ১৬৪৩ কিলোমিটাৰ জোৰা ভাৰত-ম্যানমাৰ সীমান্তত তীক্ষ্ন নজৰ ৰাখিবলৈ অসম ৰাইফলছক নিৰ্দেশ দিছে।

চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ আন্তৰ্জাতিক সীমান্তৰ আশে পাশে শিৱিৰ পাতি থকা উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহে চলাব পৰা সম্ভাৱ্য কূটাঘাত প্ৰতিৰোধ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে।

Apply Now

নিৰ্বাচন আয়োগে মত পোষণ কৰে যে বিদ্ৰোহীসকলে আগন্তুক নিৰ্বাচনৰ সময়ত হিংসাত্মক ঘটনাৰ সৃষ্টি কৰি আইন শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰিবলৈ ম্যানমাৰৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰাৰ চেষ্টা চলাব।

ফেব্ৰুৱাৰী বা মাৰ্চত মেঘালয় আৰু ত্ৰিপুৰাৰ লগতে নাগালেণ্ডতো নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইয়াৰ মাজতে নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অভিজিৎ সিনহাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে শান্তিপূৰ্ণ আৰু সংঘাতমুক্ত নিৰ্বাচন নিশ্চিত কৰিবলৈ আন্ত:ৰাজ্যিক আৰু আন্ত:জিলা সীমান্তত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হ’ব।

ম্যানমাৰৰ সৈতে নাগালেণ্ডৰ ২১৫ কিলোমিটাৰ জোৰা সীমান্ত অঞ্চল আছে যাৰ সিপাৰে এনএছচিএন (কে) আৰু আলফা (স্বা:) কে ধৰি কেইবাটাও বিদ্ৰোহী সংগঠনে শিৱিৰ স্থাপন কৰি আছে।

কোহিমাত সংবাদ মাধ্যমেৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তত পহৰাৰ দায়িত্বত থকা আছাম ৰাইফলছকে আন্ত:ৰাষ্ট্ৰীয় সীমান্তটোত শক্তি বৃদ্ধি কৰিবলৈ কোৱা হৈছে।

সিনহাই লগতে জনায় যে নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি স্বাভাৱিক যদিও আয়োগে কোনো সুৰুঙা এৰিব খোজা নাই।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে আন্তঃৰাজ্যিক তথা আন্তঃজিলা সীমান্তত যিকোনো সন্দেহজনক গতিবিধি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ গুৰুত্বপূৰ্ণ আৰু কৌশলগত স্থানসমূহত চিচিটিভি স্থাপন কৰা হ’ব।

সিনহাই লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনৰ সময়ত আইন শৃংখলা পৰিস্থিতি বজাই ৰাখিবলৈ ২৭৬ টা অতিৰিক্ত কেন্দ্ৰীয় অৰ্দ্ধ সামৰিক বাহিনীৰ কোম্পানী প্ৰেৰণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd