• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইম্ফল, শ্বিলঙত মুকলি হ’ব বিমান ঔষধালয় সেৱা: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বি সিং

NE NOW NEWS সভাপতি চামম
ইম্ফল , February 13, 2018 12:28 pm

1 min read

Manipur-assembly
76
VIEWS
Share on FacebookShare on Twitter

দুৰ্গম অঞ্চলত বাস কৰা লোকসকলৰ  বাবে স্বাস্থ্য সেৱা সুলভ কৰাৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মণিপুৰ চৰকাৰে। সেই অনুসৰি অচিৰেই উত্তৰ পূবৰ দুখনকৈ গুৰুত্বপূৰ্ণ চহৰ ইম্ফল আৰু শ্বিলঙত আৰম্ভ কৰা হ’ব বিমান ঔষধালয় সেৱা (Air dispensary services )।

সোমবাৰে বিধানসভাৰ প্ৰশ্মকালীন ঘণ্টাত ছুগনু সমষ্টিৰ বিধায়ক কানগুজম ৰণজিৎ সিঙৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। দুখন পৱনহংসৰ হেলিকপ্টাৰেৰে বিমান ঔষধালয় সেৱা আৰম্ভ কৰা হ’ব বুলিও সদনক অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৱশ্যে এই সেৱা মুকলিৰ আনুষ্ঠানিক দিন ঠিৰাং কৰা হোৱা নাই বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সিঙে। এই সুবিধাৰ জৰিয়তে দুয়োখন চহৰৰ দুৰ্গম অঞ্চলত বাস কৰা লোকসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।

আনহাতে আন এক প্ৰশ্নৰ উত্তৰত তেওঁ প্ৰকাশ কৰে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে ব্যক্তিগত সাক্ষাৎকাৰ অবিহনে নিয়োগৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে বিশেষ নিয়োগ আঁচনি তৈয়াৰ কৰিছে। অৱশ্যে উক্ত আঁচনি গ্ৰহণৰ পূৰ্বে জাৰি কৰা বিজ্ঞাপনৰ ক্ষেত্ৰত এই নতুন নীতি প্ৰযোজ্য নহ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত সদৰি কৰে।

উল্লখ্য যে অধিৱেশনকালতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ সংগ্ৰহ, বায়’ টয়লেট স্থাপন, শ্বহীদ জোৱানৰ পৰিয়ালক আৰ্থিক সুবিধা প্ৰদান আদি বিষয়ত গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd