• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ হুংকাৰ অসম গৃহৰক্ষী জোৱান কল্যাণ সমিতিৰ সভাপতি দ্বীপেন শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2018 3:35 pm
গৃহৰক্ষী
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ১৯ বছৰ কাল ধৰি স্থায়ী নিযুক্তিৰ দাবীত প্ৰতিবাদ কৰি বিফল হোৱা গৃহৰক্ষী জোৱান সকলে আজি পুনৰ দিছপুৰ লাষ্টগেটত এক প্ৰতিবাদ সাব্যস্ত কৰে।

অসম গৃহৰক্ষী কল্যাণ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্য্যসূচীত সংস্থাৰ সভাপতি দ্বীপেন শৰ্মাই কয় “১৯ বছৰ ধৰি আমি ধৰ্ণা আন্দোলন কৰি আহিছো যদিও চৰকাৰে আমাৰ কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাই। প্ৰয়োজন অনুসৰি উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ সাজু আছো।”

Apply Now

তদুপৰি তেওঁ আই পি এছ বিষয়া এ পি ৰাওটক মুৰ্খ আখ্যা দি কয় “১৯ বছৰ ধৰি আমি আন্দোলন চলাই অহাৰ পিছত তেওঁৰ গা নলৰিল। কালি আমাৰ গৃহৰক্ষী জোৱান সমূহলৈ বাৰ্তা প্ৰেৰণ কৰি এই প্ৰতিবাদ বন্ধ কৰিবৰ বাবে অনুৰোধ জনাইছিল। ২০০১ চনতে আমি ন’ অবজেক্সন প্ৰমান পত্ৰ বিচাৰিছিলো যদিও এই গৃহৰক্ষী সঞ্চালক প্ৰধানজনে প্ৰদান কৰাৰ পৰা বিৰত থাকিল।”

লক্ষণীয় যে সন্থাৰ সভাপতি গৰাকীয়ে গৃহৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্বত থকা এ পি ৰাওটক প্ৰত্যাহ্বান জনাই কয় “যদি তেওঁৰ দম আছে মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। অন্যথা মোৰ সৈতে মুখামুখি তৰ্কত লিপ্ত হওঁক।”

আনহাতে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদকাৰী সকলে চিপাহী বিদ্ৰোহ ঘোষণা কৰাৰ হুংকাৰ প্ৰদান কৰে।

প্ৰতিবাদকাৰী সকলৰ মূল দাবী হৈছে বৰ্ধিত হাৰত দৰমহা প্ৰদান কৰা, আৰক্ষী জোৱানৰ সমানে অধিকাৰ প্ৰদান, ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত গৃহৰক্ষী জোৱান সকলক নিযুক্তি দিয়া, কামৰূপ জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্য্যালয় পানীখাইতিৰ পৰিৱৰ্তে গুৱাহাটীৰ মাজ মজিয়াত স্থাপন কৰা আৰু মহিলা গৃহৰক্ষী জোৱান সকলে আৰক্ষী জোৱানসকলৰ সম পৰ্য্যায়ৰ সকলো সা-সুবিধা প্ৰদান কৰা।

লক্ষণীয়ভাৱে প্ৰতিবাদস্থলীলৈ অসম চৰকাৰৰ কোনো মন্ত্ৰী, বিষয়া উপস্থিত নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলি থাকিব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰে।

আনহাতে প্ৰতিবাদকাৰী সকলে অহা ১৫ মাৰ্চৰ ভিতৰত গৃহৰক্ষী জোৱান সকলৰ হকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে দিল্লীত গৈ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd