DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ অনাতাঁৰ কেন্দ্ৰবোৰক সংযোগ কৰিবলৈ অল ইণ্ডিযা ৰেডিঅ’ ক’হিমাৰ নাগা প্ৰযুক্তিবিদে নিৰ্মাণ কৰিছে বিশেষ এপ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 6:15 pm
AIR
175
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ সকলোবোৰ ৰেডিঅ’ ষ্টেইশ্যনক সংযোগ কৰিবলৈ আৰু এইবোৰৰ সকলো কাম অনলাইনত ৰাখিবৰ বাবে প্ৰস্তুত কৰা হৈছে এটা য়ুজাৰ ফ্ৰেইণ্ডলি ম’বাইল এপ্লিকেইশ্যন (এপ)। এই এপটো নিৰ্মাণ কৰিছে অল ইণ্ডিয়া ৰেডিঅ’, ক’হিমাৰ কেইজনমান ছ’ফটৱেৰ অভিযন্তাই।

এই সন্দৰ্ভত অল ইণ্ডিযা ৰেডিঅ’ৰ উপ সঞ্চালক প্ৰধান (ই) কে ভি ৰামাচন্দ্ৰনে কয় যে এপটো বৰ্তমান ক’হিমা ষ্টেইশ্যনত পৰীক্ষামূলক স্তৰত আছে। সম্পূৰ্ণ হ’লে ইয়াক সকলোবোৰ ষ্টেইশ্যনত ব্যৱহাৰ কৰা হ’ব।

মোককচাঙত দুদিনীয়াকৈ হোৱা উত্তৰ-পূবৰ মাণ্ডলিক সভাত ৰামচন্দ্ৰনে কয় যে অল ইণ্ডিযা ৰেডিঅ’ৰ সকলো ষ্টেইশ্যনে আন্তঃগাঁথনি আৰু কাৰিকৰী দিশত বাঞ্ছিত ধৰণৰ উন্নতি কৰিবলৈ হ’লে উপলব্ধ সা-সুবিধাবোৰৰ সৰ্বোত্তম ব্যৱহাৰ কৰা উচিত।

সভাখন অল ইণ্ডিযা ৰেডিঅ’ আৰু নৰ্থ-ইষ্ট জ’ন গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা আয়োজন কৰা হৈছিল। ইয়াত ছিকিমকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ঠাইৰ ২৬টা কেন্দ্ৰবোৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

অল ইণ্ডিযা ৰেডিঅ’ৰ উত্তৰ-পূবৰ উপদেষ্টা ডি এন বসুমতাৰীয়ে কয় যে সভাখনত অঞ্চলটোৰ সকলো ৰেডিঅ’ ষ্টেইশ্যনৰ মাজত সংযোগ স্থাপন উন্নত কৰা আৰু অন্যান্য কিছুমান আনুষংগিক বিষয় আলোচনা কৰা হয়।

ইয়াত ষ্টেইশ্যনবোৰৰ পৰা প্ৰচাৰিত বিভিন্ন কাৰ্য্যসূচীবোৰৰ বিষয়েও আলোচনা কৰা হয়।

Recent News

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd