DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

উত্তৰ-পূবৰ বিমানবন্দৰক সজাই তুলিব ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 11:31 am
গুৱাহাটী বিমানবন্দৰ (ফাইল ফটো)

গুৱাহাটী বিমানবন্দৰ (ফাইল ফটো)

114
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই এই বছৰ ১৪ টা বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিং নিৰ্মাণৰ বৃহৎ প্ৰকল্প এটা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে। ইয়াৰ পাঁচটা বিমানবন্দৰ তথা টাৰ্মিনেল বিল্ডিং এই বছৰতে সাজু হৈ উঠিব। সেইকেইটা হৈছে উৰিষ্যাৰ জাৰছুগুদা, অৰুণাচল প্ৰদেশৰ তেজু, কেৰালাৰ কালিকট, উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ছিকিমৰ পাকিয়ং।

এই বছৰ মতুনকৈ টাৰ্মিনেল বিল্ডিঙৰ প্ৰকল্প আৰম্ভ কৰিবলগীয়া বিমানবন্দৰকেইটাৰ ভিতৰত আছে গুৱাহাটী, লেহ, পাটনা, ত্ৰিচি,বিজয়েৱাডা, জব্বলপুৰ, আহমেদাবাদ, চেন্নাই, শ্ৰীনগৰ, পুনে, লক্ষ্নৌ, মাংগালোৰ, ডেৰাডুন আৰু জয়পুৰ।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ বিষয়া গুৰুপ্ৰসাদ মহাপাত্ৰই কয় যে কৰ্তৃপক্ষই উৰণ ব্যৱস্থা অধিক সুবিধাজনক কৰি তুলিবলৈ আঞ্চলিক সংযোগীকৰণ আঁচনিৰ অধীনত বিমানবন্দৰ উন্নীতকৰণৰ কাম আৰম্ভ কৰিব।

ক্ৰমবৰ্দ্ধমান যাত্ৰীৰ ভিৰ বৃদ্ধিৰ মাজতে বিমানবন্দৰ কৰ্তৃপক্ষই বিমানবন্দৰ উন্নয়ন আৰু ৰেহাইৰ আৰ্হি প্ৰস্তুতকৰণ চুক্তিৰ এটা ৰাষ্ট্ৰীয় নীতিৰ পৰিকল্পনা কৰিছে। ২০১৮-১৯চনত দেশখনত যাত্ৰীৰ সংখ্যা ৩২২ নিযুত স্পৰ্শ কৰাৰ আশা কৰা হৈছে।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই বৰ্দ্ধিত যাত্ৰীৰ সংখ্যা আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ মাজতে বিভিন্ন উৎসৰ পৰা ৰাজহ বৃদ্ধিৰ সম্ভাৱনা সম্পৰ্কে চিন্তা-চৰ্চা কৰি আছে। বিশ্বৰ ভিতৰতে দ্ৰুত বিকশিত বৰ্তমান ভাৰতৰ বিমান পৰিবহনৰ বজাৰখন।

 

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd