• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উত্তৰ-পূৰ্বাঞ্চললৈ বৃহৎ বিনিয়োগ বৃদ্ধি পাব: অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী

প্ৰনব কুমাৰ দাস by প্ৰনব কুমাৰ দাস
February 6, 2018 12:21 pm
DCM-Mein-at-RGU-570x320

অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেই আলোচনা চক্ৰত ভাষণ দিয়াৰ মুহূৰ্তত

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইয়ে কয় যে আগন্তুক বছৰবোৰত উত্তৰ-পূৰ্বাঞ্চললৈ বৃহৎ বিনিয়োগ বৃদ্ধি পাব আৰু এইটোৱে এই পাৰ্বত্য অঞ্চলটোত অভূতপূৰ্ব বিকাশ সাধিব।

সোমবাৰে ইটানগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ চেন্টাৰ ফৰ ডেভেলপমেন্ট ষ্টাডিছে আয়োজন কৰা ‘পাহাৰীয়া অঞ্চলৰ অৰ্থনীতি আৰু স্থায়ী উন্নয়ন-প্ৰত্যাহ্বান ও সম্ভাৱনা’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় আলোচনাচক্ৰত উপস্থিত থাকি তেওঁ এনেদৰে মত ব্যক্ত কৰে।

Apply Now

তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যকেইখন প্রচুৰ প্ৰাকৃতিক সম্পদেৰে চহকী আৰু বিভিন্ন নদী, বন্যপ্ৰাণী, জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ ইয়াক ‘জৈৱ-সম্পদৰ খনি’বুলি কোৱা হয়।

এই অঞ্চলত কৃষি-বনাঞ্চল, উদ্যান শস্য, খাৰিফ শস্য, জৈৱিক কৃষি, পশু পালন, পৰ্যটন, জলবিদ্যুৎ, খনি তথা খনন, কুটীৰ আৰু ক্ষুদ্ৰ উদ্যোগ আৰু বন ভিত্তিক উদ্যোগৰ দৰে ক্ষেত্ৰসমূহত বিকাশৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।

মেইয়ে লগতে দোহাৰে যে এই সময়ত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল এই সম্পদসমূহক এটা আৰ্থিক চালিকা শক্তিলৈ পৰিৱৰ্তন কৰাৰ উপায় সন্ধান কৰা।

তেওঁ কয়, ‘’পাহাৰীয়া ৰাজ্যসমূহত থকা অসুবিধাসমূহ অতিক্ৰম কৰিবলৈ অঞ্চলটোৰ বাবে বিশেষভাৱে নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজন যাতে ইয়াত উপলব্ধ সম্পদসমূহ লাভ আহৰণ কৰিব পাৰি।‘’

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক টামো মিবাঙে তেওঁৰ ভাষণত কয় যে যিকোনো অঞ্চলৰে বিকাশৰ বাবে প্ৰাথমিক চৰ্ত হৈছে শান্তি আৰু প্ৰত্যাশিত অৰ্থনৈতিক বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল উন্নত যোগাযোগ ব্যৱস্থা।

জয়পুৰৰ জয়পুৰীয়া ইনষ্টিটিউট অফ মেনেজমেন্টৰ সঞ্চালক তথা ৰাজ্যখনৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক প্ৰভাত কুমাৰ পঙ্কজে কয় যে স্থায়ী বিকাশৰ বাবে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাই জনসাধাৰণৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰা উচিত।

বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক এছ কে নায়ক আৰু সেই বিভাগৰে অধ্যাপকদ্বয় এন চি ৰয় আৰু এ মিত্ৰইয়ো আলোচনা চক্ৰত ভাষণ দিয়ে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অধ্যাপক তথা বিশেষজ্ঞই আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰে।

প্ৰনব কুমাৰ দাস

প্ৰনব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd