• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ স্বাস্থ্য আঁচনি গ্ৰহণ কৰিছে ড’নাৰ মন্ত্ৰালয়ে

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
January 15, 2018 10:39 am
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত স্বাস্থ্য খণ্ডক উন্নত কৰি তোলাৰ লক্ষ্যৰে এই পিছপৰা অঞ্চলত ২০খন স্বাস্থ্য আঁচনি বৰ্তমান চলি আছে। সম্প্ৰতি ড’নাৰ মন্ত্ৰালয়ে ‘’বিশেষ স্বাস্থ্য’’ আঁচনিৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ড’নাৰ মন্ত্ৰালয়ে ইয়াৰ নন্-লেপ্ছেবল চেন্ট্ৰেল পুল অফ্ ৰিচ’ৰ্চেছ (এনএলচিপিআৰ) ৰ অধীনত চিকিৎসা তথা স্বাস্থ্যখণ্ডত সৰ্বমুঠ ৫৫ খন আঁচনি গ্ৰহণ কৰিছে। ‘’স্বাস্থ্য সেৱাৰ সুবিধা উন্নত কৰি তোলাৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চলোৱা প্ৰচেষ্টাৰ উপৰি আমি বিশেষ ব্যৱস্থাসমূহ গ্ৰহণ কৰিছো। আমি ৩৫ খন আঁচনি সম্পূৰ্ণ কৰিছো আৰু ২০ খন এতিয়াও চলি আছে,’’-ড’নাৰ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এইদৰে কয়।

Apply Now

উত্তৰ পূব পৰিষদেও (এনইচি) চিকিৎসা আৰু স্বাস্থ্য খণ্ডৰ বাবে আঁচনি অনুমোদন কৰিছে আৰু বৰ্তমান ২৬ খন আঁচনি চলি আছে। উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্যৰ বাবে মানৱ সম্পদ আৰু ব্যৱস্থা সক্ষমতা শক্তিশালী কৰি তুলিবলৈ মন্ত্ৰালয়ে অনুমোদন দিয়া এটা প্ৰকল্পৰ কাম চলি আছে।

চিকিৎসা আৰু স্বাস্থ্য খণ্ডৰ বাবে আন্তঃগাঁথনি সৃষ্টিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়োৱাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলক হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থাও আগবঢ়াইছে।

ইতিমধ্যে ৫৪২৭.২৪ কোটি টকা ব্যয়সাপেক্ষে সৰ্বমুঠ ৬২৮ টা প্ৰকল্পৰ কাম উত্তৰ পূব পৰিষদে উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বাবে এতিয়ালৈকে গ্ৰহণ কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ৰাজ্য চৰকাৰৰ বাহিৰে অন্যান্য সংস্থাৰ অধীনত গ্ৰহণ কৰা ১৫৭ টা প্ৰকল্পৰ বাবে মুঠ ১৭২৫.৪১ কোটি টকা অনুমোদন জনোৱা হৈছে।

এই বিত্তীয় বৰ্ষত সৰ্বমুঠ ২৫৪৯.৬৭ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰে মুঠ ২৬৬৮.০৫ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ লাভ কৰিছে।    

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd