DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

ছিকিমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা কৰিমঃ এফ বি বি ফেমিনা মিছ ইণ্ডিয়া ছিকিম পৰ্মিলা চেত্ৰী

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
March 28, 2018 2:26 pm
parmila setri
85
VIEWS
Share on FacebookShare on Twitter

মিছ ইণ্ডিয়া ছিকিম পৰ্মিলা চেত্ৰীয়ে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এফ বি বি ফেমিনা মিছ ইণ্ডিয়াৰ বাবে নিজকে সাজু কৰি তোলাত ব্যস্ত আছে। তেওঁ ২২ মাৰ্চত এফ বি বি ফেমিনা মিছ ইণ্ডিয়াৰ অডিশ্যনত এফ বি বি ফেমিনা মিছ ইণ্ডিয়া ছিকিম ২০১৮ৰ খিতাপ অৰ্জন কৰে।

পূব ছিকিমৰ ছাংখোলাৰ নিবাসী ২২ বছৰীয়া পৰ্মিলা চেত্ৰীয়ে টাডংস্থিত ছিকিম চৰকাৰী মহাবিদ্যালয়ৰ পৰা পৰ্যটন বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে।

পৰ্মিলা চেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয়- ‘এফ বি বি ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰিবলৈ পায় মই অত্যন্ত সুখী। দেশৰ সকলো প্ৰান্তৰ পৰাই প্ৰতিভাসম্পন্ন মডেলে এই প্ৰতিযোগিতাত অংশ ল’ব। যথেষ্ট প্ৰত্যাহ্বান হ’লেও মোৰ কাৰণে এয়া এক নতুন অভিজ্ঞতা। হ’লেও মই এই প্ৰতিযোগিতাখনত ছিকিমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সকলো প্ৰকাৰৰে চেষ্টা কৰিম’।

উল্লেখ্য যে এই বহু প্ৰত্যাশিত সৌন্দৰ্য প্ৰতিযোগিতাখনৰ বাবে পৰ্মিলা চেত্ৰীয়ে বৰ্তমান কথনশৈলী, ফিটনেছ আৰু অন্যান্য বিষয়ত নিজকে সাজু কৰি তোলাত ব্যস্ত হৈ আছে। তেওঁ এই প্ৰতিযোগিতাখনৰ বাবে অহা মাহত মুম্বাইলৈ ৰাওনা হ’ব বুলি জনায়।

পছিটিউড নামৰ এটি সংস্থাই পৰ্মিলা চেত্ৰীক সৌন্দৰ্য প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুত কৰাত সহায় কৰি আছে।

পছিটিউডৰ চিইঅ’ গুৰমিলিয়া ভূটীয়াই পৰ্মিলা চেত্ৰীক শুভেচ্ছা প্ৰদান কৰাৰ লগতে এয়া ছিকিমৰ বাবে এক গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। তেওঁ লগতে কয়- ‘পৰ্মিলা যথেষ্ট প্ৰতিভাসম্পন্ন আৰু সদায় নতুন নতুন কথা শিকিবৰ বাবে যত্ন কৰে। প্ৰতিযোগিতাখনত তেওঁ উন্নতমানৰ প্ৰদৰ্শন কৰিব’।

উল্লেখযোগ্য যে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত পৰ্মিলাই ভবিষ্যতত এগৰাকী সফল মডেল আৰু অভিনেত্ৰী হ’ব বিচাৰে বুলি প্ৰকাশ কৰে।

Recent News

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd