• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এভাৰেষ্ট আৰোহণ যাৰ বাবে এক নিচা : অভিলেখসংখ্যক ২২ বাৰ বিশ্বৰ শিখৰত নেপালৰ কামি চেৰ্পা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 6:04 pm
sherpa kami-rita of nepal
152
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ অভিজ্ঞতাসম্পন্ন ব্যক্তিত পৰিণত হৈছে নেপালৰ ৪৮ বছৰীয়া কামি চেৰ্পা ( Kami Sherpa )। কাথমান্দু প’ষ্টৰ প্ৰতিবেদন অনুসৰি অভিলেখসংখ্যক ২২ বাৰ এভাৰেষ্ট আৰোহণ কৰি ১৬ মে’ত চেৰ্পাই গঢ়িছে এই অনন্য অভিলেখ।

পৰ্বতাৰোহণ বিষয়ববীয়াৰ মতে আজি পুৱা ৮.৩০ বজাত চেৰ্পাই ২২ সংখ্যক বাৰৰ বাবে শৃংগটো আৰোহণ কৰে। বৃহস্পতিবাৰেহে তেওঁ শৃংগটোৰ শিখৰত উপনীত হোৱাৰ কথা আছিল যদিও সকলোকে আচৰিত কৰি এদিন আগতেই চেৰ্পাই লক্ষ্যস্থান পাবলৈ সক্ষম হয়।

ইতিমধ্যে অৱসৰ লোৱা আপা চেৰ্পা আৰু ফুৰ্বা তাচি চেৰ্পাৰ ২১ বাৰ এভাৰেষ্ট আৰোহণৰ অভিলেখ ভাঙি চেৰ্পাই এই নতুন অভিলেখ গঢ়িছে। অৱশ্যে এভাৰেষ্ট বে’ছ কেম্পে কেথমান্দু প’ষ্টক জনোৱা মতে ফুৰ্বা তাচিয়ে পুনৰ এভাৰেষ্ট আৰোহণৰ চেষ্টা কৰাৰ সম্ভাৱনা আছে।

১৯৯৪ চনত ২৪ বছৰ বয়সত কামি চেৰ্পাই প্ৰথমবাৰৰ বাবে এভাৰেষ্ট আৰোহণ কৰিছিল।

Recent News

মুম্বাইত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ: গ্ৰেপ্তাৰ তিনি সহপাঠী

মুম্বাইত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ: গ্ৰেপ্তাৰ তিনি সহপাঠী

কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; অধিক ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; অধিক ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

বিজেপিক ৩০ কোটি টকাৰ সাহাৰ্য দিয়া ভেংকটেশ ইনফ্ৰা প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ  নাম সাঙুৰ খাইছে তীখাৰ কেলেংকাৰীত

বিজেপিক ৩০ কোটি টকাৰ সাহাৰ্য দিয়া ভেংকটেশ ইনফ্ৰা প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ  নাম সাঙুৰ খাইছে তীখাৰ কেলেংকাৰীত

পেহেলগাম কাণ্ডৰ পিছত দ্বিতীয়বাৰৰ বাবে জন্মু-কাশ্মীৰত ৰাহুল গান্ধী : ভুক্তভোগীৰ পৰিয়ালৰ কাষত কংগ্ৰেছ নেতাগৰাকী

পেহেলগাম কাণ্ডৰ পিছত দ্বিতীয়বাৰৰ বাবে জন্মু-কাশ্মীৰত ৰাহুল গান্ধী : ভুক্তভোগীৰ পৰিয়ালৰ কাষত কংগ্ৰেছ নেতাগৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd