DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিত গাঁজা সহ চাৰি জনক আটক, ৭৫ কিলোগ্ৰাম গাঁজা উদ্ধাৰ আৰক্ষীৰ

চাজিদ খান by চাজিদ খান
April 15, 2018 2:14 pm
udalguri-ganza-570x320
76
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি আৰক্ষীয়ে এক অভিযান চলাই শনিবাৰে নিশা ওদালগুৰিৰ লালপুল আৰক্ষী চকীৰ অধীনৰ লালপুল অঞ্চলত এখন খালী চিলিণ্ডাৰ কঢ়িয়াই অনা ট্ৰাকত বৃহৎ পৰিমানৰ গাঁজা জব্দ কৰে।

আৰক্ষী সূত্ৰৰ মতে জিলাখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহকাৰীৰ যাতায়তৰ তথ্য লাভ কৰি আৰক্ষীয়ে তৎপৰতাৰে AS-25-AC-9489 নম্বৰৰ ট্ৰাকখন ধৰা পেলায়।

আৰক্ষীয়ে পুংখানুপুংখভাৱে তালাচী চলাই প্লাষ্টিকৰ বেগত বান্ধি অনা ৭৫ কিলোগ্ৰাম পৰিমানৰ সন্দেহযুক্ত গাঁজা উদ্ধাৰ কৰে।

ইয়াৰ মাজতে এই ঘটনাৰ লগত জড়িত চাৰিজন লোকক আৰক্ষীয়ে আটক কৰে।

ধৃত লোক কেইজনক ওদালগুৰিৰ লাংদাংপাৰাৰ ডিবছন বাগলাৰীৰ পুত্ৰ ৰিপন বাগলাৰী (২৬), ওদালগুৰিৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত নিচলামাৰীৰ বাসিন্দা সুবন বড়োৰ পুত্ৰ বীৰু বড়ো(১৮), ওদালগুৰিৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কাঠপুৰীৰ বাসিন্দা ৰেবেন গয়াৰীৰ পুত্ৰ ৰনছাই গয়াৰী (২৬) আৰু ওদালগুৰিৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কাঠপুৰীৰ বাসিন্দা খগেন দৈমাৰীৰ পুত্ৰ অৰবিন দৈমাৰী(২৪) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনায় যে এই নিচাযুক্ত দ্ৰব্যখিনি অৰুণাচল প্ৰদেশৰ কালাকটাঙৰ পৰা অনা হৈছিল।

অৰুণাচল প্ৰদেশত ব্যৱসায়িক উদ্দেশ্যত গাঁজাৰ খেতি কৰাটো এতিয়া এটা নতুন ধাৰা হিচাপে উত্থান ঘটিছে।

ওদালগুৰি জিলাখন অবৈধ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ এক কেন্দ্ৰ হৈ পৰিছে।

Recent News

Jasprit Bumrah

বুমৰাহৰ আন এক অভিলেখ: অতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ, জাহিৰ খানক

Femina Miss India World 2022

কৰ্ণাটকৰ চিনি চেট্টীৰ শিৰত মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd