কলিয়াবৰৰ জখলাবন্ধাৰ আমগুৰিত ট্ৰেভেলাৰ আৰু ৰন্ধন গেছ পৰিবাহী ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত ৪ জন লোক নিহত হোৱাৰ লগতে ১৪ জন লোক আহত। নিহতসকল হৈছে ম: চোৰাত খাঁ ( বৰদলং, জখলাবন্ধা ), অসীম কুমাৰ দে ( মিছা, কলিয়াবৰ), ডঃ প্ৰকাশ বৰুৱা ( যোৰহাট ), দিলীপ দাস ( ট্ৰেভেলাৰ খনৰ চালক ) । আহতসকলৰ ক্ৰমে প্ৰাঞ্জল বৰা, সাগৰ হাজৰিকা, জয়ছোৱান চৌহান, সীমান্ত হাজৰিকাৰ লগতে আৰু বহু কেইজনক প্ৰথমে জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে কেইবাজনকো নগাওঁ আৰু তেজপুৰলৈ প্ৰেৰণ কৰে।
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ৪ জন আৰু আহত ১৪ জন
-
By NE NOW NEWS
- Categories: অসম
Related Content
তেজপুৰৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান
By
ৰমণী শৰ্মা, কলিয়াবৰ :
May 13, 2024 6:10 pm
আপুনিতো ৪০০ কোটি টকা লাভ কৰিছে, তেন্তে ইমান খং কিয়! গোৱেংকাক কটাক্ষ ছেহৱাগৰ
By
ৰমণী শৰ্মা, কলিয়াবৰ :
May 13, 2024 5:18 pm
মানুহৰ শৰীৰত গাহৰিৰ কিডনি প্ৰতিস্থাপন! দুমাহৰ ভিতৰত মৃত্যুক সাৱটিলে গ্ৰহণকাৰী বৃদ্ধই
By
ৰমণী শৰ্মা, কলিয়াবৰ :
May 13, 2024 3:53 pm
লোকসভা নিৰ্বাচন! আজি চতুৰ্থ পৰ্যায়ত ৯৬খন আসনৰ বাবে ভোটগ্ৰহণ; লাইমলাইটত কোন?
By
ৰমণী শৰ্মা, কলিয়াবৰ :
May 13, 2024 2:41 pm
ড° হীৰেন গোহাঁইলৈ ২০২৪ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা
By
ৰমণী শৰ্মা, কলিয়াবৰ :
May 13, 2024 1:05 pm
অন্ধবিশ্বাসবিৰোধী কৰ্মী পদ্মশ্ৰী বীৰুৱালা ৰাভাৰ পৰলোকপ্ৰাপ্তি
By
ৰমণী শৰ্মা, কলিয়াবৰ :
May 13, 2024 10:45 am