DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

কহিমাত আধাৰ কাৰ্ড পঞ্জীয়নৰ কাম আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2018 2:40 pm
aadhaar
165
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ অন্যতম ৰাজ্য নাগালেণ্ডৰ ৰাজধানী কহিমাত আৰম্ভ কৰা হৈছে আধাৰ কাৰ্ড পঞ্জীয়নৰ কাম। এই সন্দৰ্ভত কহিমাৰ ডাক সেৱা বিভাগৰ সঞ্চালকালয়ে জনসাধাৰণক অৱগত কৰি কয় যে চহৰখনত আধাৰ কাৰ্ড পঞ্জীয়নৰ কাম-কাজ আৰম্ভ কৰা হৈছে আৰু উপযুক্ত তথ্য-পাতি জমা দি ৰাইজে এই সুবিধা গ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য যে জনসাধাৰণে সদ্যহতে কহিমাৰ মুখ্য ডাকঘৰ, মন ডাকঘৰ,  টুৱেনছাঙ ডাকঘৰ আৰু জুনহেবটো ডাকঘৰত আধাৰ কাৰ্ডৰ প্ৰ-পত্ৰ লাভ কৰিবলৈ সক্ষম হ’ব।

নাগালেণ্ড সংমণ্ডলৰ ডাকঘৰ সেৱাৰ সঞ্চালক আৰ এম পেটেলে প্ৰকাশ কৰা অনুসৰি কেৱল ৰাজ্যখনৰ স্থায়ী বাসিন্দা সকলেহে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰী চাকৰিয়াল সকলক ৰেহাই দিয়া হ’ব।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ, খিলঞ্জীয়াৰ প্ৰমাণ পত্ৰ আদি দাখিলৰ জৰিয়তে ৰাইজে আধাৰ কাৰ্ড পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব।

আধাৰ কাৰ্ড পঞ্জীয়নৰ কাম ক্ষিপ্ৰ গতিৰে সমাপ্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট সকলো ৰাজ্যকে নিৰ্দেশ দিয়াৰ পাছত নাগালেণ্ড চৰকাৰৰ এই তৎপৰতা লক্ষণীয়। ইয়াৰ জৰিয়তে পাহাৰীয়া ৰাজ্যখনৰ ৰাইজে আধাৰ কাৰ্ড পঞ্জীয়নৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।

 

Recent News

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd