• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাইলৈৰ পৰা গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজৰ বাৰ্ষিক সাহিত্য-সাংস্কৃতিক উৎসৱ ‘ভাওমালান’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2018 7:04 pm

1 min read

vaomalan 2018
119
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজে কাইলৈৰ পৰা ১৮ ফেব্ৰুৱাৰিলৈকে ইয়াৰ বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য উৎসৱ ‘ভাওমালান ২০১৮’ আয়োজন কৰিছে।

সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানটোৰ বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব।

শিক্ষানুষ্ঠানটোৱে জনোৱা মতে দুদল আৰ্ট, তৰ্ক, কবিতা, মুখচিত্ৰ, ৰচনা, গল্প, চিনে’মা,

vaomalan

কুইজ, অনুশীলনমূলক সংবাদ মেল আদি বিভিন্ন প্ৰতিযোগিতা এই উৎসৱত অনুষ্ঠিত হ’ব।

অনুষ্ঠানটোত সামাজিক উদ্যমিতাৰ গুৰুত্ব সম্পৰ্কে ভাষণ আগবঢ়াব উত্তৰ-পূৰ্বাঞ্চলত নতুন ব্যৱসায়ক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ন-ব্যৱসায় Ne8xৰ মুখ্য কাৰ্য্যবাহী তথা পৰিচালন সঞ্চালক ৰয় ৰিদ্ধিনিল আৰু উপহাৰ অৰ্থনীতি নিৰ্ভৰ সামাজিক কেফে পে’ ফ্ৰম হাৰ্টৰ প্ৰতিষ্ঠাপক আকাশ দাসে।

ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতাক উৎসাহিত কৰাৰ বাবে প্ৰতি বছৰে এই অনুষ্ঠান আয়োজন কৰা হৈ আহিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd