• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামাখ্যা মন্দিৰৰ চৌহদক সম্পূৰ্ণ প্লাষ্টিক মুক্ত কৰাৰ পণ ভইছ অৱ এনভাইৰ’মেণ্টৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 8:58 am
kamakhya-temple-in-guwahati-570x320

কামাখ্যা মন্দিৰ

284
VIEWS
Share on FacebookShare on Twitter

পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু গুৱাহাটীৰ কামাখ্যা মন্দিৰ আৰু ইয়াৰ চৌহদ সম্পূৰ্ণ প্লাষ্টিক মুক্ত কৰাৰ মানসেৰে গুৱাহাটীস্থিত ভইছ অৱ এনভাইৰ’মেণ্ট নামৰ সংগঠন এটাই উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰিছে।

দেওবাৰে কামখ্যা মন্দিৰৰ চৌহদত এই সংগটনটোৱে ধৰিত্ৰী দিৱস উপলক্ষে এক অনুষ্ঠান আয়োজন কৰি পৰিৱেশ সতৰ্কতামূলক আলোচনা কৰাৰ লগতে কিদৰে মন্দিৰৰ চৌহদ প্লাষ্টিক মুক্ত কৰিব পাৰি সেয়াও আলোচনা কৰা পৰিলক্ষিত হয়।

‘প্লাষ্টিক প্ৰদূষণ নিশেষ’, এই বৰ্ষৰ ধৰিত্ৰী দিৱসৰ এই বিশেষ থিমটো আওৰায় সংগঠনটোনে উক্ত দিৱস পালন কৰাৰ লগতে প্লাষ্টিক মুক্ত কামখ্যা মন্দিৰ চৌহদৰো অবিযান আৰম্ভ কৰে।

উল্লেখ্য যে সংগঠনটোৱে গ্ৰহণ কৰা উক্ত পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে আৰ্থ দে নেটৱৰ্ক ইণ্ডিয়া আৰু গ্ৰীন গাৰ্ড নেশ্যাৰ অৰগানাইজেশ্যন, অসমে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ বিষয়ববীয়াই।

ধৰিত্ৰী দিৱসত উপস্থিত থকা ব্যক্তিসকলে ভাষণ প্ৰসংগত প্লাষ্টিকৰ ব্যৱহাৰে কৰা ক্ষতি আৰু স্বচ্ছতাৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰে। এই সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক মন্দিৰ কৰ্তৃপক্ষই আদৰণি জনোৱাৰ লগতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd