• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মোদীৰ ভ্ৰমণৰ সময়ত সংবাদকৰ্মীৰ প্ৰতি বৈষম্য বিজেপিৰ : ‘নিজা’ সংবাদ মাধ্যমৰ লোককহে কাৰ্য্যসূচীত উপস্থিত থকাৰ সুযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2017 4:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নিৰ্বাচনৰ অভিমুখে থকা মিজোৰাম আৰু মেঘালয় ভ্ৰমণলৈ উন্নয়নৰ টোপোলা লৈ অহা প্ৰধান মন্ত্ৰীয়ে আজি মিজোৰামৰ পৰা পোনে পোনে শ্বিলঙত উপস্থিত হয়গৈ, য’ত তেওঁক মেঘালয় ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা উষ্ণ আদৰণি জনোৱা হয়। তাৰ পিছতে প্ৰধান মন্ত্ৰীজনে ২,৩০০ কোটি টকীয়া শ্বিলং-নংষ্টইন-ৰংজেং-তুৰা (Shillong-Nongstoin-Rongjeng-Tura) সংযোগী এটা দুই লেনযুক্ত পথৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। এই পথটোৰ নিৰ্মাণকাৰ্য্যৰ উদ্বোধন কৰি প্ৰধান মন্ত্ৰীজনে ‘পৰিবহণৰ জৰিয়তে ৰূপান্তৰণ’ (Transformation by Transportation) ৰ কথা কয়। তাৰোপৰি তেওঁ কয় যে এই পথটোৱে হাজাৰ হাজাৰ লোকৰ ভ্ৰমণ সময় হ্ৰাস কৰিব, অৰ্থনীতিত অৰিহণা যোগাব আৰু শ্বিলং আৰু তুৰা চহৰৰ মাজত পোনপটীয়া সংযোগ স্থাপন কৰিব।

এই কাৰ্য্যসূচীৰ পিছতে প্ৰধান মন্ত্ৰীয়ে প’ল’ গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে।

Apply Now

উল্লেখযোগ্য যে আজিৰ শ্বিলং-নংষ্টইন-ৰংজেং-তুৰা (Shillong-Nongstoin-Rongjeng-Tura) সংযোগী পথটোৰ নিৰ্মাণকাৰ্য্য প্ৰধান মন্ত্ৰীয়ে শুভাৰম্ভ কৰা কাৰ্য্যসূচীত আয়োজকে কিছুমান সংবাদকৰ্মীৰ প্ৰতি বৈষম্য কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, মেঘালয় চৰকাৰৰ দ্বাৰা অনুমোদিত পাছ থকাৰ পিছতো সংবাদকৰ্মীসকলক মোদীৰ উক্ত কাৰ্য্যসূচীৰ খবৰ সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া নহ’ল। অসন্তুষ্ট সংবাদকৰ্মীসকলে কয় যে এছ পি জিৰ জোৱানসকলে তেওঁলোকক সভাগৃহত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। যেতিয়া তেওঁলোকে এছ পি জিৰ জোৱানসকলৰ সৈতে কথাৰ কটাকটি কৰি আছিল তেতিয়া এজন বিজেপি নেতাই এছ পি জিক ‘তেওঁলোক আমাৰ মেডিয়া নহয়’ বুলি কয়। ইয়াৰ পিছতে তৰ্কাতৰ্কিত লিপ্ত হয় সংবাদকৰ্মীসকল। তেতিয়া কেন্দ্ৰৰ পৰ্য্যটন মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী আলফ’নছ জোছেফে হস্তক্ষেপ কৰে যদিও তেওঁলোকক তাৰ পাছতো ভিতৰলৈ যাবলৈ দিয়া নহ’ল। ফলত সাংবাদিকসকল বাহিৰতে ৰৈ থাকিব লগীয়া হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd