• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি লিখা আছে শ্বাহৰুখ খানৰ তপা মূৰত? পোহৰলৈ আহিল টেটুৰ ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 8:09 pm
15.6k
VIEWS
Share on FacebookShare on Twitter

কেইবাবাৰো স্থগিত ৰখাৰ পিছত অৱশেষত ডাঙৰ পৰ্দাত আহিবলৈ ওলাইছে শ্বাহৰুখ খানৰ ছবি ‘জোৱান’। আৰু ইতিমধ্যে এই ছবিখনৰ ট্ৰেইলাৰত শ্বাহৰুখ খানৰ চেহেৰাই দৰ্শকৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে। কাৰণুকটও ছবিত চুলি ক্ষুৰাই থোৱা শ্বাহৰুখৰ মূৰত এটা বিশেষ টেটু আছে। সেই টেটুত যি লিখা আছে সেয়া ইতিমধ্যে পোহৰলৈ আহিছে। 

চাৰি বছৰৰ অপেক্ষাৰ অন্তত এবছৰত তিনিখন ছবিৰ কথা ঘোষণা কৰিছে শ্বাহৰুখ খানে। তাৰ ভিতৰত প্ৰথমখন ছবি ‘পথান’ মুক্তিৰ পিছত হিট হৈ পৰিছিল। 

এতিয়া ‘জোৱান’ৰ পাল। আৰু জোৱানত শ্বাহৰুখৰ বিপৰীতে দক্ষিণৰ অভিনেত্ৰী নয়ন্তৰাক নায়িকা হিচাপে দেখা যাব। লগতে দেখা যাব মোহময়ী অভিনেত্ৰী ছানিয়া মালহোত্ৰাক।

৭ ছেপ্টেম্বৰত একাধিক ভাষাত মুক্তি লাভ কৰিব জোৱানে। এই ছবিখনৰ প্ৰিভিউ চালেই বুজা যায় যে কিং খানক ছবিখনত একাধিক ৰূপত দেখা যাব। কেতিয়াবা খানে কেমেৰাৰ সন্মুখত মুখখন তেজেৰে দাগ পৰা বেণ্ডেজেৰে ঢাকি থোৱা, কেতিয়াবা মাস্ক পিন্ধি, কেতিয়াবা সম্পূৰ্ণ চুলি কাটি লোৱা অৱস্থাত দেখা যাব।

এই দৃশ্যক লৈ চচিয়েল মিডিয়াত চৰ্চা চলিছে। কাৰণ দেখা গৈছে যে ৰজা খানৰ মূৰত এটা টেটু আছে। সেই টেটুটোত কি লিখা আছে সেয়া অনুৰাগীসকলৰ অতি আগ্ৰহী বিষয় হৈ পৰিছে।

চিনেমাখনৰ ট্ৰেইলাৰ চালে শ্বাহৰুখ খানৰ মূৰত কি অংকন বা লিখা আছে সেয়া স্পষ্ট নহয়। কিন্তু তাৰ মাজতে সকলো ৰহস্য পোহৰলৈ আনি ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমৰ এটা পোষ্ট।

ভাইৰেল ছবিখনত শ্বাহৰুখৰ মূৰৰ টেটুত দেৱনাগৰী লিপিত লিখা আছে ‘মা জগত জননী’।

এইখিনি চোৱাৰ পাছত দৰ্শকে অনুমান কৰিছে যে শ্বাহৰুখৰ মূৰত থকা এই টেটুটোৰ সৈতে ছবিখনৰ নিশ্চয় গভীৰ সম্পৰ্ক আছে। কিন্তু সম্প্ৰতি জনা হোৱা নাই। 

অৱশ্যে বহুদিনৰ মূৰত শ্বাহৰুখ খানৰ মাজত পুৰণি খলনায়কৰ ভাবমূর্তি বিচাৰি পাই অনুৰাগীসকলে অতিশয় ৰোমাঞ্চিত অনুভৱ কৰিছে৷

The tattoo on #ShahRukhKhan‘s head from #JawanPrevue is “माँ जगत जननी ” = Mother of the world.#Jawan pic.twitter.com/FOBUlxOwOl

— Manobala Vijayabalan (@ManobalaV) July 13, 2023

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd