• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি লিখা আছে শ্বাহৰুখ খানৰ তপা মূৰত? পোহৰলৈ আহিল টেটুৰ ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 8:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাবাৰো স্থগিত ৰখাৰ পিছত অৱশেষত ডাঙৰ পৰ্দাত আহিবলৈ ওলাইছে শ্বাহৰুখ খানৰ ছবি ‘জোৱান’। আৰু ইতিমধ্যে এই ছবিখনৰ ট্ৰেইলাৰত শ্বাহৰুখ খানৰ চেহেৰাই দৰ্শকৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে। কাৰণুকটও ছবিত চুলি ক্ষুৰাই থোৱা শ্বাহৰুখৰ মূৰত এটা বিশেষ টেটু আছে। সেই টেটুত যি লিখা আছে সেয়া ইতিমধ্যে পোহৰলৈ আহিছে। 

চাৰি বছৰৰ অপেক্ষাৰ অন্তত এবছৰত তিনিখন ছবিৰ কথা ঘোষণা কৰিছে শ্বাহৰুখ খানে। তাৰ ভিতৰত প্ৰথমখন ছবি ‘পথান’ মুক্তিৰ পিছত হিট হৈ পৰিছিল। 

Apply Now

এতিয়া ‘জোৱান’ৰ পাল। আৰু জোৱানত শ্বাহৰুখৰ বিপৰীতে দক্ষিণৰ অভিনেত্ৰী নয়ন্তৰাক নায়িকা হিচাপে দেখা যাব। লগতে দেখা যাব মোহময়ী অভিনেত্ৰী ছানিয়া মালহোত্ৰাক।

৭ ছেপ্টেম্বৰত একাধিক ভাষাত মুক্তি লাভ কৰিব জোৱানে। এই ছবিখনৰ প্ৰিভিউ চালেই বুজা যায় যে কিং খানক ছবিখনত একাধিক ৰূপত দেখা যাব। কেতিয়াবা খানে কেমেৰাৰ সন্মুখত মুখখন তেজেৰে দাগ পৰা বেণ্ডেজেৰে ঢাকি থোৱা, কেতিয়াবা মাস্ক পিন্ধি, কেতিয়াবা সম্পূৰ্ণ চুলি কাটি লোৱা অৱস্থাত দেখা যাব।

এই দৃশ্যক লৈ চচিয়েল মিডিয়াত চৰ্চা চলিছে। কাৰণ দেখা গৈছে যে ৰজা খানৰ মূৰত এটা টেটু আছে। সেই টেটুটোত কি লিখা আছে সেয়া অনুৰাগীসকলৰ অতি আগ্ৰহী বিষয় হৈ পৰিছে।

চিনেমাখনৰ ট্ৰেইলাৰ চালে শ্বাহৰুখ খানৰ মূৰত কি অংকন বা লিখা আছে সেয়া স্পষ্ট নহয়। কিন্তু তাৰ মাজতে সকলো ৰহস্য পোহৰলৈ আনি ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমৰ এটা পোষ্ট।

ভাইৰেল ছবিখনত শ্বাহৰুখৰ মূৰৰ টেটুত দেৱনাগৰী লিপিত লিখা আছে ‘মা জগত জননী’।

এইখিনি চোৱাৰ পাছত দৰ্শকে অনুমান কৰিছে যে শ্বাহৰুখৰ মূৰত থকা এই টেটুটোৰ সৈতে ছবিখনৰ নিশ্চয় গভীৰ সম্পৰ্ক আছে। কিন্তু সম্প্ৰতি জনা হোৱা নাই। 

অৱশ্যে বহুদিনৰ মূৰত শ্বাহৰুখ খানৰ মাজত পুৰণি খলনায়কৰ ভাবমূর্তি বিচাৰি পাই অনুৰাগীসকলে অতিশয় ৰোমাঞ্চিত অনুভৱ কৰিছে৷

The tattoo on #ShahRukhKhan‘s head from #JawanPrevue is “माँ जगत जननी ” = Mother of the world.#Jawan pic.twitter.com/FOBUlxOwOl

— Manobala Vijayabalan (@ManobalaV) July 13, 2023

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd