• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক মুক্তিৰ নেতাৰ মুক্তি নাই ! পুনৰ অখিল গগৈক প্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ডিব্ৰুগড়ৰ ৰাজপথত সহস্ৰাধিক লোকৰ অৱস্থান

অভিক চৰকাৰ by অভিক চৰকাৰ
December 23, 2017 2:01 pm
161
VIEWS
Share on FacebookShare on Twitter

এটাৰ পিছত অন্য এটা গোচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰি থকাক লৈ আজি ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে চৰকাৰে কৃষক নেতাগৰাকীক চক্ৰান্তমূলক ভাবে গ্ৰেপ্তাৰ কৰা বুলি সংগটনটোৱে অভিযোগ স্থাপন কৰে। জানিব পৰা মতে অখিল গগৈক কালি পুনৰ দুধনৈ আৰক্ষীয়ে ১৯৮৪ চনৰ পি ডি পি পি এ আইনৰ ধাৰা ১৪৩/১৪৭/৪৩৭/১২০(বি)  অধীনত  এটা  ১১২/৭ নং গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

লক্ষ্যণীয় যে কৃষক নেতাজনে শুকুৰবাৰে ডিব্ৰুগড় জিলা ন্যায়ালয়ৰ পৰা মৰাণৰ গোচৰৰ পৰা জামিন লাভ কৰিছিল। সুত্ৰমতে, মৰাণ আৰক্ষী নিবেশত কৃষক নেতাজনৰ বিৰুদ্ধে ভাৰতীয় আইন অনুসৰি ৭ টা ধাৰাৰ অধীনত এটা ১৮০/১৭ নং গোচৰ  ৰুজো হৈছিল।

কালি দুধনৈ আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক স্বপন কুমাৰ ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল ডিব্ৰুগড়ত উপস্থিত হৈ শণিবাৰে ৰাতিপুৱা অখিল গগৈক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ পিছতে সহস্ৰাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ৰাজপথত অৱস্থান কৰাৰ লগতে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ  সাব্যস্ত কৰে। কিন্তু আৰক্ষীয়ে আটাইকেইজন প্ৰতিবাদকাৰীক আৰক্ষীকে আটক কৰি ডিব্ৰুগড় আৰক্ষী নিবেশলৈ লৈ যায়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰে এন ই নাও ৰ আগত কয় যে তেওঁলোক উচ্চ ন্যায়ালয়ৰ ৰায়ত সন্তুষ্ট  আৰু অখিল গগৈ এন এছ এ গোচৰৰ পৰা  মুক্ত হোৱাৰ লগতে তেখেতে এই গোচৰৰ জামিন লাভ কৰিছে। আজি পুনৰ অখিল গগৈক পুৱা প্ৰায় ৭ মান বজাত দুধনৈ আৰক্ষীয়ে আটক কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

জানিব পৰা মতে অখিল গৈক দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ নামফলকত ক’লা ৰং সনাৰ অপৰাধত দুধনৈ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু আন্নাৰ এসময়ৰ সহযোগী দুৰ্নীতি বিৰোধী অভিযান আন্দোলনৰ অন্যতম নেতা প্ৰশান্ত ভূষণে অখিল গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত টুইটাৰ যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে ‘’বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা দুৰ্নীতি বিৰোধী কৰ্মী অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আনকি উচ্চ ন্যায়ালয়ে তেওঁৰ গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিয়াৰ পিছত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। যি সময়ত হত্যাকাৰী আৰু দুৰ্নীতিৰ নায়ক সকল মুকলিভাবে বিচৰণ কৰি আছে, দুৰ্নীতি বিৰোধী কৰ্মীসকল বলি হ’ব লগা হৈছে।‘’

 

 

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd