• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষক মুক্তিৰ নেতাৰ মুক্তি নাই ! পুনৰ অখিল গগৈক প্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ডিব্ৰুগড়ৰ ৰাজপথত সহস্ৰাধিক লোকৰ অৱস্থান

অভিক চৰকাৰ by অভিক চৰকাৰ
December 23, 2017 2:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটাৰ পিছত অন্য এটা গোচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰি থকাক লৈ আজি ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে চৰকাৰে কৃষক নেতাগৰাকীক চক্ৰান্তমূলক ভাবে গ্ৰেপ্তাৰ কৰা বুলি সংগটনটোৱে অভিযোগ স্থাপন কৰে। জানিব পৰা মতে অখিল গগৈক কালি পুনৰ দুধনৈ আৰক্ষীয়ে ১৯৮৪ চনৰ পি ডি পি পি এ আইনৰ ধাৰা ১৪৩/১৪৭/৪৩৭/১২০(বি)  অধীনত  এটা  ১১২/৭ নং গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

লক্ষ্যণীয় যে কৃষক নেতাজনে শুকুৰবাৰে ডিব্ৰুগড় জিলা ন্যায়ালয়ৰ পৰা মৰাণৰ গোচৰৰ পৰা জামিন লাভ কৰিছিল। সুত্ৰমতে, মৰাণ আৰক্ষী নিবেশত কৃষক নেতাজনৰ বিৰুদ্ধে ভাৰতীয় আইন অনুসৰি ৭ টা ধাৰাৰ অধীনত এটা ১৮০/১৭ নং গোচৰ  ৰুজো হৈছিল।

Apply Now

কালি দুধনৈ আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক স্বপন কুমাৰ ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল ডিব্ৰুগড়ত উপস্থিত হৈ শণিবাৰে ৰাতিপুৱা অখিল গগৈক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ পিছতে সহস্ৰাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ৰাজপথত অৱস্থান কৰাৰ লগতে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ  সাব্যস্ত কৰে। কিন্তু আৰক্ষীয়ে আটাইকেইজন প্ৰতিবাদকাৰীক আৰক্ষীকে আটক কৰি ডিব্ৰুগড় আৰক্ষী নিবেশলৈ লৈ যায়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰে এন ই নাও ৰ আগত কয় যে তেওঁলোক উচ্চ ন্যায়ালয়ৰ ৰায়ত সন্তুষ্ট  আৰু অখিল গগৈ এন এছ এ গোচৰৰ পৰা  মুক্ত হোৱাৰ লগতে তেখেতে এই গোচৰৰ জামিন লাভ কৰিছে। আজি পুনৰ অখিল গগৈক পুৱা প্ৰায় ৭ মান বজাত দুধনৈ আৰক্ষীয়ে আটক কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

জানিব পৰা মতে অখিল গৈক দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ নামফলকত ক’লা ৰং সনাৰ অপৰাধত দুধনৈ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু আন্নাৰ এসময়ৰ সহযোগী দুৰ্নীতি বিৰোধী অভিযান আন্দোলনৰ অন্যতম নেতা প্ৰশান্ত ভূষণে অখিল গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত টুইটাৰ যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে ‘’বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা দুৰ্নীতি বিৰোধী কৰ্মী অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আনকি উচ্চ ন্যায়ালয়ে তেওঁৰ গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিয়াৰ পিছত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। যি সময়ত হত্যাকাৰী আৰু দুৰ্নীতিৰ নায়ক সকল মুকলিভাবে বিচৰণ কৰি আছে, দুৰ্নীতি বিৰোধী কৰ্মীসকল বলি হ’ব লগা হৈছে।‘’

 

 

অভিক চৰকাৰ

অভিক চৰকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd