DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ জিলা সাংস্কৃতিক সন্থাৰ অধিবেশন: পৰম্পৰাগত বাদ্য-বাজনা আৰু নৃত্যৰ প্ৰদৰ্শন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 11, 2018 1:34 pm
bodo dance
177
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ গুৰুদেৱ কালিচৰন ব্ৰহ্ম ৰ’ডস্থিত নিজ কাৰ্যালয়ৰ প্ৰাংগণত আজি দিন জোৰা বৰ্ণিল কাৰ্য্যসূচীৰে অনুস্থিত হয় কোকৰাঝাৰ জিলা সদৌ বড়ো সাংস্কৃতিক সন্থাৰ ১১তম বাৰ্ষিক অধিবেশন ।

কাৰ্য্যসূচী অনুসৰি, পুৱা সাংস্কৃতিক সংগঠনটোৰ কোকৰাঝাৰ জিলা সাংস্কৃতিক সন্থাৰ সভাপতি বিজিতগিৰি বসুমতাৰীয়ে সাংগঠনিক পতাকা উত্তোলন কৰে।

ইয়াৰ পিছতে সাংস্কৃতিক সাংগঠনটোৰ কাম- কাজ জড়িত থাকোতে মৃত্যুবৰণ কৰা শ্বহীদ সকলোলৈ প্ৰথম শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে সাংস্কৃতিক সংগঠনটোৰ উপ সভাপতি যোগেশ্বৰ ব্ৰহ্মই।

পৰিৱৰ্তিত বড়ো জাতিৰ জাতীয় তথা সাংস্কৃতিক বাদ্য-বাজনা আৰু যুৱতী সকলৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে অধিবেশনথলী।

অধিবেশনত উপস্থিত থাকি সদৌ বড়ো সাংস্কৃতিক সংগঠনৰ জিলা সভাপতি বিজিতগিৰি বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে বড়ো জনগোষ্ঠীৰ মুল পৰিচয় সাংস্কৃতিক সংৰক্ষণৰ বাবে বড়ো সাংস্কৃতিক সন্থাই অহৰহ কাম কৰি আহিছে যদিও আৰ্থিক সংকটত পৰি সাংস্কৃতিক সংৰক্ষণ আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিমান কাম কৰিব লাগিছিল তেনেকৈ কৰিব পৰা নাই।

আনহাতে, সংগঠনে সাংস্কৃতিক সম্পদসমূহ সংৰক্ষিত কৰাৰ বাবে বিভিন্ন কাৰ্য পন্থা ল’বলৈ আৰ্থিক পুঁজিৰ প্ৰয়োজন আছে। তেনে ক্ষেত্ৰত বি টি চি চৰকাৰৰ পৰাও যথেষ্ট পৰিমাণৰ আৰ্থিক সহায় পাবলৈ সক্ষম হোৱা নাই বুলি কয় সভাপতি গৰাকীয়ে।

উল্লেখযোগ্য যে দুপৰীয়া প্ৰতিনিধি সভা, সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছত সন্ধিয়া অনুষ্ঠিত হ’ব বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান।

 

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd