• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ক্ৰ’ৱেচিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰলৈ অসমৰ ৮ গৰাকী খেলুৱৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 1:26 pm
karate-
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১ সংখ্যক বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰত যোগদান কৰাৰ বাবে যাবলগীয়া ভাৰতীয় দলটোত অসমৰ ৮ গৰাকী কেৰাটে খেলুৱৈক নিৰ্বাচিত কৰা হৈছে। এই চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰটোত যোগ দিবলগীয়া অসমীয়া খেলুৱৈকেইগৰাকী হৈছে হেম্ফু বংজাং, নীলাভ নয়ন ঠাকুৰীয়া, সৌৰভ কুমাৰ গগৈ, আকাংখ্যা কোঁৱৰ, ঈশিতা কাশ্যপ, পুনীত জাখাল, আশীস তালুকদাৰ আৰু আয়ুষ্মান পাচনি। এই আঠগৰাকী খেলুৱৈৰ উপৰিও য়ুনাইটেড কাৰাটে-ডো অব আছামৰ ৩ গৰাকী বিষয়ববীয়াও দলটোৰ সৈতে যাব।

তেওঁলোকৰ ভিতৰত আছে মুখ্য প্ৰশিক্ষক নগেন বংজাং আৰু দলীয় বিষয়ববীয়া হিচাপে সুনীল কুমাৰ গগৈ আৰু ৰমেন চক্ৰবৰ্তীক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

এই প্ৰতিযোগিতা তথা প্ৰশিক্ষণ শিবিৰটো ক্ৰ’ৱেচিয়াৰ উমাগত অহা জুলাইৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈ অনুষ্ঠিত হ’ব। এক আনুষ্ঠানিক বিজ্ঞপ্তিযোগে কাৰাটে এছোচিয়েশ্যন অব ইণ্ডিয়াৰ সাধাৰণ সম্পাদকে য়ুনাইটেড কাৰাটে-ডো এছোচিয়েশ্যন অব আছামক এই কথা জনাইছে।

একেই জাননীযোগে য়ুনাইটেড কাৰাটে-ডো এছোচিয়েশ্যন অব আছামক নিৰ্দেশ দিয়া হৈছে যাতে নিৰ্বাচিত খেলুৱৈ আৰু দলীয় বিষয়ববীয়াসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা হয়।

কাৰাটে এছোচিয়েশ্যন অব ইণ্ডিয়াই সময়মতে বিদেশ ভ্ৰমণৰ আনুষ্ঠানিকতাখিনি পূৰ্ণ কৰাৰ বাবে নিৰ্বাচিত খেলুৱৈ আৰু দলীয় বিষয়ববীয়াসকলৰ বৈধ পাৰপত্ৰসমূহ ১ সপ্তাহৰ ভিতৰতে জমা দিয়াৰ বাবে য়ুনাইটেড কাৰাটে-ডো এছোচিয়েশ্যন অব আছামক নিৰ্দেশ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ নিৰাপত্তাহীনতাত বিলকিছ বানু! দুজন দোষীক জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত

পুনৰ নিৰাপত্তাহীনতাত বিলকিছ বানু! দুজন দোষীক জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত

November 17, 2026 2:57 pm
‘জেফ্ৰি এপষ্টেইনক হত্যা কৰা হৈছিল’, মৰণোত্তৰ পৰীক্ষাৰ ফটোৰ ভিত্তিত দাবী ফৰেনছিক বিশেষজ্ঞৰ

‘জেফ্ৰি এপষ্টেইনক হত্যা কৰা হৈছিল’, মৰণোত্তৰ পৰীক্ষাৰ ফটোৰ ভিত্তিত দাবী ফৰেনছিক বিশেষজ্ঞৰ

November 17, 2026 1:49 pm
মহাৰাষ্ট্ৰত আদানী গ্ৰীণ এনাৰ্জি প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ; প্ৰকল্পৰ খৰচ ১০০ গুণ কমকৈ দেখুওৱাৰ অভিযোগ

মহাৰাষ্ট্ৰত আদানী গ্ৰীণ এনাৰ্জি প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ; প্ৰকল্পৰ খৰচ ১০০ গুণ কমকৈ দেখুওৱাৰ অভিযোগ

November 17, 2026 12:19 pm
হৰিদ্বাৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা নদীত পৰিল বাছ, কমেও ৮ জনৰ মৃত্যু

হৰিদ্বাৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা নদীত পৰিল বাছ, কমেও ৮ জনৰ মৃত্যু

November 17, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ নিৰাপত্তাহীনতাত বিলকিছ বানু! দুজন দোষীক জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত

পুনৰ নিৰাপত্তাহীনতাত বিলকিছ বানু! দুজন দোষীক জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত

November 17, 2026 2:57 pm
‘জেফ্ৰি এপষ্টেইনক হত্যা কৰা হৈছিল’, মৰণোত্তৰ পৰীক্ষাৰ ফটোৰ ভিত্তিত দাবী ফৰেনছিক বিশেষজ্ঞৰ

‘জেফ্ৰি এপষ্টেইনক হত্যা কৰা হৈছিল’, মৰণোত্তৰ পৰীক্ষাৰ ফটোৰ ভিত্তিত দাবী ফৰেনছিক বিশেষজ্ঞৰ

November 17, 2026 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd