• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কয়লা কেলংকাৰি : অন্তৰ্ৱৰ্তীকালীন জামিন পালে ৩ অভিযুক্তই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 6:55 pm
Enforcementt-officials grilled by the CID-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতিৰিক্তকৈ  কয়লা কঢ়িওৱা দুখন ট্ৰাকক পৰীক্ষা নকৰাকৈ নিৰীক্ষণ চকী পাৰ হোৱাত সহায় কৰা ঘটনাত জড়িত অসম পৰিবহণ বিভাগৰ ৩ অভিযুক্তই অন্তৰ্বৰ্তীকালীন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে।

অসমৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চি আই ডি) পঞ্জীয়ণ কৰা গোচৰৰ সৈতে জড়িত থকা ৩জন সহকাৰী এনফোৰ্চমেণ্ট  পৰিদৰ্শক ক্ৰমে টাপু ৰাম বৰা, অনুৰাগ শাণ্ডিল্য আৰু মৃগেন শৰ্মাৰ অন্তৰ্বৰ্তীকালীন জামিন উচ্চ ন্যয়ালয়ে জামিন মঞ্জুৰ কৰিছে।

অৱশ্যে আন ৩জন পৰিবহণ বিষয়া চিত্ত কুমাৰ নাথ, বেদান্ত গগৈ আৰু মাধব নেওগৰ জামিন আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে।

উচ্চ ন্যায়ালয়ে ২ এপ্ৰিলৰ কেছ ডায়েৰী জমা দিয়াৰ বাবেও চি আই ডিক নিৰ্দেশ দিছে।

উল্লেখ্য যে মাৰ্চৰ ১৭ তাৰিখে চি আই ডিয়ে ৫জন বিষয়াক  এই গোচৰৰ সন্দৰ্ভত ৬ঘণ্টাতকৈও অধিক সময় ধৰি শোধ-পোচ কৰিছিল । তেওঁলোক হৈছে এনফৰ্চমেণ্ট পৰিদৰ্শক নাথ, সহকাৰী এনফৰ্চমেণ্ট  পৰিদৰ্শক বৰা, শাণ্ডিল্য আৰু গগৈ আৰু এনফৰ্চমেণ্ট চেকাৰ নেওগ।

চি আই ডিয়ে এনফৰ্চমেণ্ট চেকাৰ শৰ্মাকো মাতিছিল যদিও তেওঁ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হ’ব পৰা নাছিল।

উল্লেখ্য যে ঘটনা সংঘটিত হোৱামাৰ্চ মাহৰ ২ তাৰিখৰ ৰাতি এই বিষয়াসকল পৰিবহণ বিভাগৰ খানাপাৰাত থকা চেকগেটত নিয়োজিত আছিল। তেওঁলোক উপস্থিত থকা সময়তেই অতিৰিক্ত বোজাইৰ কয়লা ভৰ্তি ট্ৰাক পৰীক্ষা অবিহনেই পাৰ হৈ গৈছিল।

পিছত চি আই ডিয়ে ট্ৰাক দুখন বশিষ্ঠত আটক কৰে আৰু ইয়াৰ অন্তৰালত থকা একাংশ পৰিবহণ বিষয়া আৰু কয়লা ছিণ্ডিকেটৰ মাজৰ যোগসূত্ৰ থকা বুলি সন্দেহ কৰে।

প্ৰথমতে চি আই ডিয়ে অভিযুক্ত কেইজনক চি আই ডিৰ কাৰ্যালয়ত অপস্থিত হোৱাৰ বাবে নিৰ্দেশ দিছিল যদিও স্বাস্থ্যজনিত আৰু পৰিয়ালজনিত অসুবিধাৰ দোহাই দি উপস্থিত হোৱাৰ পৰা বিৰত আছিল।

তাৰ পিছত বিষয়াসকলে অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

চি আই ডিয়ে পূৰ্বে জিলা পৰিবহণ বিষয়া (এনফৰ্চমেণ্ট), কামৰূপ(মহানগৰ) প্ৰসেনজিত কুমাৰ ঘোষক জেৰা কৰিছিল। এই বিতৰ্কৰ পিছতেই তেওঁক শোণিতপুৰ জিলালৈ বদলি কৰা হয়।

উল্লেখ্য যে কয়লা কেলেংকাৰি বিষয়টো বিৰোধীয়ে বিধানসভাত উত্থাপন কৰাৰ পিছত এই কয়লা কেলেংকাৰি সন্দৰ্ভত অনুসন্ধান কৰাৰ বাবে চৰকাৰে চি আই ডিক নিৰ্দেশ দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

August 26, 2025 6:39 pm
বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

August 26, 2025 6:15 pm
যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm
বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 26, 2025 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

August 26, 2025 6:39 pm
বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

August 26, 2025 6:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd