• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণতন্ত্ৰ দিৱসৰ গুগলৰ প্ৰতীকত গৌৰৱেৰে স্থান লাভ কৰিলে অসমীয়া জাপিয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2018 12:47 pm

1 min read

গুগলৰ প্ৰতীকত অসমীয়া জাপি

গুগলৰ প্ৰতীকত অসমীয়া জাপি

391
VIEWS
Share on FacebookShare on Twitter

অসমৰ জাপিয়ে গণতন্ত্ৰ দিৱসৰ গুগলৰ প্ৰতীকত স্থান পাইছে। জাপি হৈছে অসমৰ এক পৰম্পৰাগত আৰ্হিৰে প্ৰস্তুত কৰা মূৰত পিন্ধা আৱৰণ। বাঁহ আৰু টকৌ পাতেৰে গুঠা জাপি অসমৰ চহা জীৱনৰ এবিধ অতি আদৰৰ সামগ্ৰী।

জাপ শব্দৰ পৰাই জাপি শব্দটো আহিছে যাৰ অৰ্থ হ’ল টকৌ পাতৰ এটা থোপা।

অতীতত ভাৰতীয়সকলে সূৰ্যৰ তাপৰ পৰা সুৰক্ষা পাবলৈ জাপি পৰিধান কৰিছিল। ইয়াৰ মাজতে অসমীয়া ৰাজকীয় তথা আঢ্যৱন্ত সকলে এক মৰ্যাদাৰ প্ৰতীক হিচাপে আলংকাৰিক জাপি পৰিধান কৰিছিল।

জাপি বিভিন্ন ধৰণৰ আছে। তাৰ ভিতৰত সৰুদৈয়া জাপি, বৰদৈয়া জাপি. হালোৱা জাপি আৰু গৰখীয়া জাপি, পিঠা জাপি, টুপী জাপি ইত্যাদি অন্যতম।

আলংকাৰিক সৰুদৈয়া জাপি বিভিন্ন ৰঙৰ কাপোৰেৰে (ৰঙা,বগা, সেউজীয়া, নীলা আৰু ক’লা) ডিজাইন কৰি চিলোৱা হয়। এই জাপিৰ অস্তিত্ব বিচাৰি পোৱা যায় হিউয়েনচাঙৰ অসম ভ্ৰমণৰ সময়ছোৱাত যেতিয়া পৰ্যটকক ৰংচঙীয়া জাপিৰে আদৰণি জনোৱা হৈছিল।

বৰ্তমান সময়ত জাপি হৈছে অসমৰ প্ৰতীক। বিহুৰ সময়ত পৰিধান কৰাৰ লগতে ৰ’দ-বৰষুণৰ পৰা সুৰক্ষা পাবলৈ জাপি পৰিধান কৰা হয়।

এইবিলাকৰ উপৰি উৎসৱত ইয়াক সন্মান প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হয়। ঘৰৰ ভিতৰত সজাই ৰখা হয়, বিশেষকৈ সন্মুখৰ দুৱাৰত আদৰণি চিহ্ন হিচাপে জাপি ব্যৱহাৰ কৰা হয়।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd