• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

গণতন্ত্ৰ দিৱসৰ প্ৰাক্ মুহূৰ্তত বিদ্ৰোহীৰ কূটাঘাতৰ বাবে সাজু অসম আৰক্ষী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 4:44 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰাক্ মুহূৰ্তত বিদ্ৰোহীৰ কূটাঘাতৰ আশংকাত সষ্টম হৈ উঠিছে অসম আৰক্ষী। চুবুৰীয়া ৰাজ্যত বাহৰ পাতি থাকি অসমত কূটাঘাত সংঘটিত কৰাৰ সম্ভাৱনাকলৈ অসম আৰক্ষীয়ে চিন্তা ব্যক্ত কৰিছে।

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়ে জানিব দিয়া মতে অসমৰ পৰা নহয়, এতিয়া ভাবুকি অৰুণাচল আৰু নাগালেণ্ডৰ পৰাহে আহিছে। সহায়ে অৱশ্যে পৰিস্থিত বৰ্তমান উন্নত হোৱা বুলি কয়।

Apply Now

অসম আৰক্ষীৰ বাবে এনে চিন্তাৰ  উদ্ভৱ হোৱাৰ কাৰণ অৱশ্যে মঙলবাৰে অসম অৰুণাচল সীমান্তৰ নামচিকত এনএছচিএন (কে) ৰ এছ এছ খাপলাং ফৈদে ৯খনকৈ টেংকাৰ ভৰ্তি খাৰুৱা তেলৰ গাড়ী জ্বলাই দিয়াৰ ঘটনা।

প্ৰতিৰক্ষা বিভাগৰ সূত্ৰসমূহৰ মতে গণতন্ত্ৰ দিৱসৰ উদযাপনৰ মাজতে বিদ্ৰোহীয়ে উজনি অসমৰ তিনিচুকীয়া জিলাত একেধৰণৰ আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে।

আৰক্ষী সঞ্চালক প্ৰধান সহায়ে কয় যে কেইবাটাও বিদ্ৰোহী গোটে চুবুৰীয়া ৰাজ্যত আশ্ৰয় লৈ আছে আৰু ই হৈছে ৰাজ্যখনৰ বাবে প্ৰধান ভাবুকি। অৱশ্যে তেওঁ কয় যে আৰক্ষীৰ বাবে গণতন্ত্ৰ দিৱস উদযাপনৰ দৰে মুহূৰ্তত এনেধৰণৰ প্ৰত্যাহ্বান সদায় আছে। ‘’ তেওঁলোকৰ স্থিতি প্ৰকাশ কৰিবলৈ সমস্যা সৃষ্টি কৰাৰ প্ৰয়াস চলাই আছে। সেয়ে আমি সেই বিষয়ত কাম কৰি আছো আৰু অৰুণাচল তথা নাগালেণ্ডৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ চেষ্টা কৰি আছো। আমাৰ অতিৰিক্ত সঞ্চালক প্ৰধানে তিনিচুকীয়াত বাহৰ পাতি তদাৰক কৰি আছে।‘’

বিদ্ৰোহীসকলে অৰুণাচল প্ৰদেশৰ চাৰিখন জিলাৰ নিৰ্দিষ্ট পথসমূহ ম্যানমাৰৰ পৰা অহা যোৱাৰ বাবে ব্যৱহাৰ কৰি আহিছে। অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ লগতে অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্ত অঞ্চলত বিদ্ৰোহীসকলৰ বিৰুদ্ধে ব্যাপক অভিযান চলি আছে।

অৰণাচল প্ৰদেশ আৰু নাগলেণ্ডৰ সৈতে ম্যানমাৰৰ সীমান্ত অঞ্চল পৰিছে আৰু কেইবাটাও বিদ্ৰোহী গোটে চুবুৰীয়া দেশখনত শিবিৰ পাতি আছে। অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম,অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড চৰকাৰৰ লগতে আন সুৰক্ষা সংস্থাসমূহক এই ৰাজ্যকেইখনত বিদ্ৰোহীৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ দিছিল।

ইয়াৰ মাজতে অসম আৰক্ষীয়ে গণতন্ত্ৰ দিৱসৰ প্ৰাক্ মুহূৰ্তত ৰাজ্যৰ সকলো আৰক্ষী বিষয়া তথা চোৰাংচোৱা বিভাগক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd