DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণশিল্পী সূৰ্য দাসক কপিলীপৰীয়া ৰাইজৰ ‘সংগীত-প্ৰদীপ’ উপাধি প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2018 1:15 pm
গণ শিল্পী দাস

গণশিল্পী সূৰ্য দাসক বৃহত্তৰ কপিলীপৰীয়া ৰাইজে "সংগীত-প্ৰদীপ" বিশেষণেৰে বিভূষিত কৰাৰ মুহূৰ্ত। ফটো : নৰ্থ ইষ্ট নাও

291
VIEWS
Share on FacebookShare on Twitter

হোজাই যমুনামুখৰ মহাবাহু জাতীয় সংঘৰ ব’হাগী উৎসৱ অনুষ্ঠানত অসমৰ বিশিষ্ট গণশিল্পী সূৰ্য দাসক বৃহত্তৰ কপিলীপৰীয়া ৰাইজে যোৱা নিশা “সংগীত-প্ৰদীপ” বিশেষণেৰে বিভূষিত কৰে। সমূহ ৰাইজৰ উপস্থিতিত সংগীত শিল্পীগৰাকীক এই উপাধি প্ৰদান কৰে।

একেই মঞ্চতেই হোজাই জিলা কবি সন্মিলন, যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থা, মহিলা পৰিষদ, কপিলীপৰীয়া উন্নয়ন পৰিষদকে আদি কৰি কেইবাটাও সংস্থাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে তেখেতক সম্বৰ্ধনা জনায়।

গণ শিল্পীগৰাকীক উপাধি প্ৰদান অনুষ্ঠানত সঞ্জীৱ বৰুৱা, মুকুতা বৰা, বিপুল শৰ্মা, পংকজ শৰ্মা, বুবুলী শইকীয়া, মুকুল শইকীয়া, অৰুন বৰা, অপূৰ্ব কুমাৰ বৰা, পাপু চৌধুৰী, প্ৰণয় কাশ্যপ বৰাকে প্ৰমুখ্য কৰি যমুনামুখৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে সাংবাদিক ৰাজু শইকীয়া, নীলকমল শইকীয়া, প্ৰদুম্ন বৰা উপস্থিত থাকে। অনুষ্ঠানটি সামগ্ৰিকভাৱে তপন কুমাৰ নগঞাই আঁ‌ত ধৰে।

‘মানুহ দেখিছো আজি, বহুত মানুহ’ শীৰ্ষক গানটোৰে অসমত খলকনিৰ সৃষ্টি কৰা দৰদী কণ্ঠৰ অধিকাৰী সূৰ্য দাস অসমৰ ৰাইজৰ মাজত গণশিল্পী হিচাপে পৰিচিত। শিল্পীগৰাকীয়ে ঐতিহাসিক অসম আন্দোলনৰ সময়তো বহুকেইটা স্বদেশ প্ৰেমৰ গান গাই জনপ্ৰিয় হৈ পৰিছিল। অসমৰ মাটি-পানী-বায়ুৰ গোন্ধ থকা তেওঁৰ গীতসমূহত অসমীয়া জাতীয়তাবাদৰ প্ৰতিধ্বনিয়ে স্পষ্ট ৰূপত সকলোৰে চিন্তা-চেতনা জাগ্ৰত কৰি তোলে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd