• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গামোচাত অংকন কৰিলে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ প্ৰতিচ্ছবি

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
January 27, 2018 12:22 pm
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ
124
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জাতি তথা অসমীয়াৰ সুকীয়া পৰিচয় বহন কৰি অহা গামোচাত অংকন কৰিছে এগৰাকী অভিনেত্ৰীৰ প্ৰতিচ্ছবি। বৰপেটা জিলাৰ বিদ্যুত মণ্ডল নামৰ যুৱকজনে এই অনন্য প্ৰতিভাৰ উমান দিছে।

অসম পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ তথা বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ এখন প্ৰতিচ্ছবি এইদৰে শিল্পী মণ্ডলে গামোচাত অংকন কৰি উলিয়াইছে। চিত্ৰ শিল্পক লৈ সৰুৰে পৰা অদম্য হেপাহ থকা বিদ্যুতে নিতৌ ন ন সৃষ্টি ৰাজিৰে সকলো চিত্ৰপ্ৰেমীৰে হৃদয় জিনিবলৈ সক্ষম হৈছে। শিল্পী বিদ্যুত মণ্ডল

আৰ্থিকভাবে জুৰুলা পৰিয়ালৰ সদস্য বিদ্যুত মণ্ডল বৰ্তমান এজন অধ্যয়নৰত ছাত্ৰ। লক্ষ্যণীয় যে নিজৰ জীৱিকা তথা পৰিয়ালক পোহ পাল দিয়াৰ বাবে মণ্ডলে কাম কৰিবলগীয়া হৈছে বৰপেটাৰ হাব ষ্টুডিঅ’ত। তথাপিও যেণ ঠমকি ৰ’বলৈ দিয়া নাই নিজৰ প্ৰতিভা।

শিল্পীগৰাকীৰ একেবাৰে আপোন কেইজনমান বন্ধুৱে গামোচাত অংকন কৰা বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ প্ৰতিচ্ছবি চিত্ৰ ছ’ছিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে চিত্ৰশিল্পী বিদ্যুত মণ্ডলৰ প্ৰতিভাৰ জয়গান।

লক্ষ্যণীয় যে অসমৰ পৰ্যটনক্ষেত্ৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে দুবছৰ পূৰ্বেই বলিউদ তথা হলিউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্তি দিছিল।

Recent News

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd