• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজাৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফলত মেঘালয় বিজেপিৰ আনন্দোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2017 9:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছতে দলটোৱে চৰকাৰ গঠন কৰিব পৰাকৈ আসন লাভ কৰাত উৎফুল্ল হৈ পৰিছে নিৰ্বাচন অভিমুখী মেঘালয়ৰ ৰাজ্যিক বিজেপি। অলপতে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাজ্যখন ভ্ৰমণ কৰি ৰাজ্যিক পৰ্য্যায়ৰ নেতা-কৰ্মীসকলক উৎসাহিত কৰি গৈছিল। আজিৰ নিৰ্বাচনী ফলাফলে সেই উৎসাহ দুগুণ কৰি তোলে। ‘গুজৰাট আৰু হিমাচল প্ৰদেশত আমাৰ দলৰ বিজয়ে মেঘালয়ৰ ৰাজনীতিত বৃহৎ প্ৰভাৱ পেলাব, যিহেতু আমি অহা বছৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছো। ৰাজ্য দুখনৰ নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিলে যে ভাৰতৰ জনসাধাৰণ পৰিৱৰ্তৰ প্ৰতি আগ্ৰহী, যি পৰিৱৰ্তন উন্নয়নমুখী পৰিৱৰ্তন।’ সোমবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় মেঘালয় ৰাজ্যিক বিজেপিৰ সভাপতি শ্বিবুন লিংডোৱে।

লিংডোৰ মতে ৰাজ্যখনলৈ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণে মেঘালয়বাসীৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু তেওঁলোকে বিজেপিক ভোট দিবলৈ নিশ্চয়কৈ আগ্ৰহী হ’ব।

Apply Now

আনহাতে আজি মেঘালয়ৰ ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত কাৰ্য্যালয়ত বিজয়ৰ আনন্দ উদযাপনৰ দিহা কৰা হৈছে বুলিও জানিবলৈ দিয়ে এক সূত্ৰই।

উল্লেখযোগ্য যে চলিত নৱম মেঘালয় বিধানসভাৰ কাৰ্য্যকাল অহা ৬ মাৰ্চত অন্ত পৰিব। গতিকে অহা ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসম বিজেপিৰো আনন্দ প্ৰকাশ : মুখ্য মন্ত্ৰীৰ টুইট

আনহাতে অসম ৰাজ্যিক বিজেপিয়েও গুজৰাট আৰু হিমাচল প্ৰদেশত দলটো শাসন ক্ষমতালৈ অহা কাৰ্য্য আদৰণি জনোৱাৰ লগতে উল্লাস প্ৰকাশ কৰিছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ টুইটাৰত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি  কয় যে বিভাজনৰ ৰাজনীতি আৰু মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰাইজে এই জয় নিশ্চিত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

June 27, 2026 3:55 pm
বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd