• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী আই আই টিত আৰম্ভ হৈছে ৰিছাৰ্চ কনক্লেভ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 1:37 pm
iit-guwahati_

প্ৰতিনিধিত্বমূলক চিত্ৰ

120
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত শুকুৰবাৰৰ পৰা চতুৰ্থ বাৰ্ষিক ৰিছাৰ্চ কলক্লেভ আৰম্ভ হৈছে । ৰিছাৰ্চ কলক্লেভত দেশ-বিদেশৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ বাবে গুৱাহাটী আই আই টিৰ পৰিৱেশ আকৰ্ষণীয় হৈ পৰিছে।

বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান গৱেষণাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত কৰা ৰিছাৰ্চ কনক্লেভত এইবাৰ ৰাজ্যৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা ৪৫০গৰাকী, ভাৰতবৰ্ষৰ অন্যান্য শিক্ষানুষ্ঠানৰ পৰা ৬০০ গৰাকী, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে  ৮০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

আই আই টি গুৱাহাটীৰ ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু চিভিল ইঞ্জিনীয়াৰিঙৰ অত্যাধুনিক বিজ্ঞানাগাৰবোৰ পৰিদৰ্শন কৰি দেশ-বিদেশৰ লগতে অসমৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা  ছাত্ৰ-ছাত্ৰীসকল অভিভূত হৈ পৰে।

তাৎপৰ্যপূৰ্ণভাৱে, ৰামায়ণ মহাকাব্যৰ ‘ৰামসেতু’ৰ ওপৰত চলি অহা আধ্যাত্মিক ব্যাখ্যাৰ বিপৰীতে আই আই টি গুৱাহাটীৰ চিভিল  ইঞ্জিনীয়াৰিঙৰ বিজ্ঞানীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ আগত কয় যে সেয়া আছিল চিভিল ইঞ্জিনীয়াৰিঙৰ অৱদান।

সাগৰত এতিয়াও ‘ৰামসেতু’ৰ অস্তিত্ব পোৱা যায় বুলি আই আই টি গুৱাহাটীৰ বিজ্ঞানীয়ে মত প্ৰকাশ কৰে।

৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰিছাৰ্চ কলক্লেভত বহুকেইগৰাকী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰাৰ লগতে শনিবাৰে আই আই টি গুৱাহাটীলৈ আহিব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং। অৰণ্য মানৱ যাদৱ পায়েঙে এটি গছপুলি ৰোপন কাৰ্যসূচীত অংশ ল’ব।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd