• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কৰা মন্তব্যৰ ব্যাপক প্ৰতিক্ৰিয়া নাগালেণ্ডত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 9:49 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডত নিৰ্বাচন অনুষ্ঠিত কৰোৱাতো নিৰ্বাচনী আয়োগৰ অধিকাৰ আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কৰা এনে মন্তব্যৰ পিছত নাগালেণ্ডত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মন্তব্যৰ পিছতে নাগা শীৰ্ষ আদিবাসী গোট, নাগা হোহোৱে ৰাজ্যখনত হ’বলগীয়া আসন্ন বিধানসভা নিৰ্বাচন বহিস্কাৰ কৰিবলৈ আহ্বান জনায়।

নাগা জাতীয় ৰাজনৈতিক দলৰ কাৰ্যকৰী সমিতিয়ে স্পষ্ট ৰূপত কৈছে যে নাগাসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পূৰ্বে যদিহে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰে তেন্তে শান্তি শংখলা অটুট থকা ৰাজ্যখনত গুৰুতৰ প্ৰভাৱ পৰিব।

Apply Now

নাগা জাতীয় ৰাজনৈতিক দলে পুনৰ আশা ব্যক্ত কৰি কয় যে কেন্দ্ৰই এই সম্পৰ্কে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু নাগা সমস্যা সমাধানৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ ধৰি নাগালেণ্ডবাসীৰ সমস্যা সমাধান তথা নাগালিম গঠনৰ সমাধান নোহোৱা পৰ্যন্ত ৰাজ্যখনত নিৰ্বাচন স্থগিত ৰখাৰ বাবে অনুৰোধ জনাইছিল। আৰু এই আলোচনাৰ পিছতেই গৃহ মন্ত্ৰীগৰাকীয়ে উক্ত মন্তব্য আগবঢ়াইছিল।

গৃহ মন্ত্ৰীয়ে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী জেলিয়াঙক আশ্বাস প্ৰদান কৰিছিল যে নাগাসকলৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিব। আৰু সেই বৈঠকতে লোৱা সিদ্ধান্ত সমূহ পিছত নাগালেণ্ড চৰকাৰক জনোৱা হ’ব।

নাগালেণ্ডৰ বিভিন্ন দল-সংগঠনৰ লগতে নাগৰিক সমাজৰ লোকে নাগা শান্তি চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সম্পূৰ্ণ সমাধান নোহোৱা পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ মুখ্য মন্ত্ৰীৰ জৰিয়তে কেন্দ্ৰক আহ্বান জনাইছিল। কিন্তু বৰ্তমান সময়লৈকে কেন্দ্ৰৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনোধৰণৰ সহাৰি লাভ কৰা নাই।

ইফালে নাগালেণ্ড নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। তাৎপৰ্যমূলক কথা যে ২০১৩ চনৰ বিপৰীতে ২০১৮ চনত ভোটাৰৰ সংখ্যা কম। ২০১৩ চনত আছিল ১১,৯২,৩৭৭ আৰু ২০১৮ চনত হৈছে ১১,৮৯,২৬৪গৰাকী ভোচাৰ।

লক্ষণীয় যে ৬০টাকৈ বিধানসভা সমষ্টি থকা নাগালেণ্ডৰ লগতে ত্ৰিপুৰা আৰু মেঘালয়ত অহা মাৰ্চ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd