• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

গোলোকীয় উষ্ণতা ৰোধ কৰাৰ বাবে বৃক্ষ ৰোপন কাৰ্যসূচী মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰীৰ

সভাপতি চামম by সভাপতি চামম
May 25, 2018 9:01 pm
climate change
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে মণিপুৰৰ বন আৰু পৰিৱেশ আৰু উদ্যানশস্য আৰু ভূমি সংৰক্ষণ মন্ত্ৰী থৌনাওজাম শ্যামকমাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ টেংনৌপাল জিলাৰ অন্তৰ্গত টীনুমনজাং গাঁৱলৈ ভ্ৰমণ কৰাৰ সময়ত গোলোকীয় উষ্ণতা ৰোধ কৰাত সহযোগ কৰিবলৈ ৰাজ্যখনৰ জনসাধাৰণলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্য মন্ত্ৰীৰ ‘গাঁৱলৈ যোৱা, পাহাৰলৈ যোৱা’ অভিযানৰ অন্তৰ্গত ৰাজ্যজোৰা বৃক্ষ-ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে তেওঁৰ বিভাগটোৱে স্থানসমূহ চিনাক্ত কৰিছে। তেওঁ আৰু কয় যে ৰৃক্ষ-ৰোপণৰ বিকাশ নিৰীক্ষণ কৰাৰ বাবে আধুনিক প্ৰযুক্তিৰ সহায় লৱা হ’ব।

মন্ত্ৰীগৰাকীয়ে কয় যে বৃক্ষ ৰোপণৰ অভিযানত ভিডিঅ’  কেমেৰা ব্যৱহাৰ কৰা হ’ব আৰু ভূ-নিৰূপণ (Geo Tracking) ব্যৱস্থাৰ সহায় লোৱা হ’ব। বন আৰু পৰিৱেশ আৰু উদ্যানশস্য আৰু ভূমি সংৰক্ষণ বিভাগে ৰাইজৰ সহযোগত এই সৰ্বাত্মক বৃক্ষ ৰোপণ কাৰ্যসূচী সমগ্ৰ ৰাজ্যতেই ৰূপায়ণ কৰিব।

এই কাৰ্যসূচীয়ে গোলোলকীয় উষ্ণতা কমোৱাত সহায় কৰিব বুলি মন্ত্ৰগৰাকী আশাবাদী।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বেলেগ বেলেগ বৃক্ষৰ উপৰিও এই অভিযানত নগদী শস্যও ৰোপন কৰা হ’ব। ইলাচি, কাজু, কমলা,লিচু, য়ংচাক আদি নগদী শস্যৰ মাজে মাজে অগৰুৰ পুলিও ৰোপণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে।

বিভাগটোৱে অগৰু ৰোপণ কৰাৰ বাবে জিৰবাম, কামজং টেংনৌপলৰ দৰে উপযুক্ত স্থানৰ সন্ধান পাইছে।আনহাতে কাজুৰ খেতি কৰা বাবে টীনুমুনজাং গাঁও (টেংনৌপল)উপযুক্ত স্থান। তেওঁ আৰু কয় যে কামজং আৰু সেনাপতি কিৱি খেতিৰ বাবে আৰু উৰুখুল এভোকেডোৰ বাবে উপযুক্ত স্থান।

তেওঁ আৰু কয় যে এডাল অগৰু গছ পৰিপক্ক হোৱাৰ বাবে ৭-৮ বছৰ সময় লয়। এডাল অগৰু গছৰ পৰা কৃষকে ৫০ হাজাৰৰ পৰা ১.৫ লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰে। তেওঁ আৰু কয় যে গছ সমবহৰ প্ৰতিপালন কৰাৰ বাবে কৃষকসকলক পুৰস্কৃত কৰা হ’ব।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd